VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চতুৰ্থ টেষ্টতো নাই কামিন্স, এদিনীয়া শৃংখলাতো অনিশ্চিত! অষ্ট্ৰেলিয়াক কোনে দিব নেতৃত্ব?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 6, 2023
in ক্ৰীড়া
চতুৰ্থ টেষ্টতো নাই কামিন্স, এদিনীয়া শৃংখলাতো অনিশ্চিত! অষ্ট্ৰেলিয়াক কোনে দিব নেতৃত্ব?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

দিল্লীত দ্বিতীয়খন টেষ্টৰ পাছত পাৰিবাৰিক কাৰণত অষ্ট্ৰেলিয়ালৈ উভতি আহে প্যেট কামিন্স। ষ্টিভ স্মিথে তেওঁৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াক নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰে। আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন টেষ্টৰ বাবেও উপলব্ধ নহ’ব কামিন্স। টেষ্টৰ পিছত এদিনীয়া শৃংখলাৰ বাবেও তেওঁ উপলব্ধ হ’ব নে নহয় সেই সম্পৰ্কে অনিশ্চয়তাৰ সৃষ্টি হৈছে।

 

অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে জনাইছে যে কামিন্স এতিয়া ভাৰতলৈ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। গতিকে চতুৰ্থ টেষ্টত দায়িত্ব ল’ব স্মিথে। এক বিবৃতিত তেওঁলোকে কয়, “চতুৰ্থ টেষ্টতো দলত নাথাকিব কামিন্স ৷ স্মিথে অষ্ট্ৰেলিয়াৰ অধিনায়ক হিচাপে দায়িত্ব ল’ব।’ বিবৃতিটোত লগতে কোৱা হৈছে যে টেষ্ট শৃংখলাৰ পিছত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে কামিন্স উপলব্ধ হ’ব নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই। টেষ্টৰ পাছত তেওঁ অষ্ট্ৰেলিয়াৰ এদিনীয়া দলৰ অধিনায়কৰ দায়িত্বতো আছিল তেওঁ ।

 

ক্ৰিকেট অষ্ট্ৰেলিয়াই এতিয়ালৈকে এদিনীয়া শৃংখলাৰ অধিনায়ক ঘোষণা কৰা নাই যদিও কামিন্স ওভতি অহাৰ সম্ভাৱনা কম। অৱশ্যে দেখা গৈছে যে অভিজ্ঞ স্মিথক টেষ্টৰ লগতে এদিনীয়া শৃংখলাতো এই দায়িত্ব দিয়া হ’ব পাৰে। স্মিথৰ ভাৰতত খেলাৰ অভিজ্ঞতা আছে। তেওঁ দলটোৰ প্ৰাক্তন অধিনায়ক। গতিকে হয়তো দলটোৱে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছে।

 

অৱশ্যে স্মিথে কয় যে তেওঁৰ পুনৰ অষ্ট্ৰেলিয়াৰ অধিনায়ক হোৱাৰ কোনো ইচ্ছা নাই। ইন্দোৰত ভাৰতক পৰাস্ত কৰাৰ পাছত সংবাদমেলত স্মিথে কয় “অধিনায়ক হিচাপে মোৰ সময় শেষ। এইটো কামিন্সৰ দল। মই আৰু অধিনায়ক হ’ব নিবিচাৰো।” স্মিথে ভাৰতত দলটোৱে তেওঁক কিয় বিশ্বাস কৰিছিল সেই কথাও বুজাই দিলে। তেওঁৰ ভাষাত “ভাৰতত দীৰ্ঘদিন ধৰি খেলা আৰু নেতৃত্ব দিয়াৰ অভিজ্ঞতা মোৰ আছে। ইয়াৰ পৰিস্থিতি মই ভালদৰে বুজি পাওঁ। সেইবাবেই মোক দায়িত্ব দিয়া হৈছে। বহুদিনৰ মূৰত অধিনায়ক হৈ ভাল লাগিছে ।“

 

Previous Post

ব্ৰণৰ সমস্যাৰ বাবে মুখখনত ৰং লগাবলৈ ভয় কৰিছে নেকি ?? ছালৰ সমস্যা এই ৫টা উপায়েৰে কৰিব পাৰে সমাধান

Next Post

চাকৰিৰ বিনিময়ত ভুমি উৎকোচ লোৱাৰ অভিযোগ! লালু-পত্নী ৰাবৰি দেৱীৰ ঘৰত চিবিআইৰ অভিযান, অব্যাহত আছে জেৰা

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
চাকৰিৰ বিনিময়ত ভুমি উৎকোচ লোৱাৰ অভিযোগ! লালু-পত্নী ৰাবৰি দেৱীৰ ঘৰত চিবিআইৰ অভিযান, অব্যাহত আছে জেৰা

চাকৰিৰ বিনিময়ত ভুমি উৎকোচ লোৱাৰ অভিযোগ! লালু-পত্নী ৰাবৰি দেৱীৰ ঘৰত চিবিআইৰ অভিযান, অব্যাহত আছে জেৰা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7