VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

৭ নম্বৰ জার্চী কিয় পৰিধান কৰে ধোনীয়ে ! প্ৰকাশ কৰিলে আঁৰৰ কাহিনী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 18, 2022
in ক্ৰীড়া
৭ নম্বৰ জার্চী কিয় পৰিধান কৰে ধোনীয়ে ! প্ৰকাশ কৰিলে আঁৰৰ কাহিনী
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক  এম এছ ধোনীক সদায় খেলপথাৰত দেখা যায় ৭ নম্বৰ জার্চীত ৷ কিন্তু ধোনীয়ে কিয় ৭ নম্বৰ জার্চী পৰিধান কৰে সেয়া আপুনি জানেনে ? শেহতীয়াকৈ ৭ নম্বৰ জার্চীৰ আঁৰৰ কাহিনী  প্ৰকাশ কৰিছে ধোনীয়ে ৷ নিৰ্দিষ্ট সংখ্যাটো ‘ভাগ্য’ৰ প্ৰতীক বুলি বিবেচনা কৰি জার্চীৰ নম্বৰ নির্ধাৰণ কৰা নাছিল ধোনীয়ে ৷  বৰঞ্চ তেওঁৰ জন্মদিন ৭ জুলাই হোৱা বাবেহে জার্চীৰ নম্বৰ ৭ নির্ধাৰণ কৰিছিল বুলি তেওঁ প্ৰকাশ কৰে ৷ । ৪০ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে  লগতে কয় যে তেওঁ অন্ধবিশ্বাসী  নহয়। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে অৱসৰ লোৱা ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক সংস্কৰণত চেন্নাই চুপাৰ কিংছক নেতৃত্ব দিব।

এক ভিডিঅ’ বার্তাত তেওঁ কয় “বহুলোকে প্ৰথমতে ভাবিছিল যে ৭ মোৰ বাবে এটা ভাগ্যৱান সংখ্যা। কিন্তু মই এটা অতি সৰল কাৰণত নম্বৰটো বাছনি কৰিছিলো। মোৰ জন্ম জুলাইৰ ৭ তাৰিখে হৈছিল। এইটো সপ্তম মাহৰ সপ্তম দিন ৷  সেইবাবেই এই নম্বৰটো নির্ধাৰণ কৰিছিলো ৷  মই ভাবিছিলো যে মই মোৰ জন্ম তাৰিখটো জার্চীৰ নম্বৰ  হিচাপে ব্যৱহাৰ কৰিম। “

 

Previous Post

ঢাকাৰ ইস্কন মন্দিৰত দুর্বৃত্তৰ আক্ৰমণক লৈ চাঞ্চল্য

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7