VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in ক্ৰীড়া
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

এইবাৰৰ আই পি এল ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। কিন্তু ফ্ৰেঞ্চাইজিসমূহে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পৰাই সকলো ক্ৰিকেটাৰক লাভ নকৰিবও পাৰে। কিছুদিন পিছতহে দলত যোগদান কৰিব একাংশ ক্ৰিকেটাৰ।  এই তালিকাত ৯টা দলৰ মুঠ ১৭ গৰাকী ক্ৰিকেটাৰক সন্নিবিষ্ট কৰা হৈছে।

 

কলকাতা নাইট ৰাইডাৰ্ছঃ প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা কেকেআৰত নাথাকিব   বাংলাদেশী ক্ৰিকেটাৰ চাকিব আৰু লিটন ৷৮ এপ্ৰিলৰ পিছত তেওঁলোকে দলত যোগদান কৰিব। মে’ মাহত পুনৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব।

মুম্বাই ইণ্ডিয়ানছঃ নেদাৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ট্ৰিষ্টান ষ্টাবছ আৰু দেৱাল্ড ব্ৰেভিছৰ আৰম্ভণিৰ কেইখনমান মেচত অংশ ল’ব নোৱাৰিব ৷

চেন্নাই ছুপাৰ কিংছঃ ধোনিৰ দলৰ আন এক সমস্যা হৈছে শ্ৰীলংকাৰ দুগৰাকী ক্ৰিকেটাৰ মহিষ থিক্ষনা আৰু মথিছা পাথিৰানাৰ সৈতে। প্ৰথম কেইখনমান মেচৰ বাবে তেওঁলোকো উপলব্ধ নহ’ব।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুঃ  প্ৰথম কেইখনমান মেচত ৱানীন্দু হাছৰঙকো বাদ দিব আৰ চি বিয়ে।

গুজৰাট টাইটানছঃ যোৱাবাৰৰ চেম্পিয়ন গুজৰাটেও ছিজনৰ আৰম্ভণিৰে পৰা দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ অবিহনে খেলিব। মে’ মাহত পুনৰ দেশৰ হৈ খেলিবলৈ দল এৰিব জোছুয়া লিটলে।

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ছিজনৰ আৰম্ভণিৰে পৰা দলটোৰ তিনিজন দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ আইডেন মাৰ্ক্ৰাম, মাৰ্কো জান্সেন আৰু হাইনৰিচ ক্লাচেনৰ অবিহনে খেলোব লাগিব দলটোৱে ৷

পঞ্জাৱ কিংছ: পঞ্জাৱৰ ক্ষেত্ৰতো একে সমস্যা। আৰম্ভণিৰ পৰাই নাপাব কাগিছো ৰাবাদাক।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ আই পি এলৰ আৰম্ভণিৰ পৰাই দক্ষিণ আফ্ৰিকাৰ বহু ক্ৰিকেটাৰ উপলব্ধ নহ’ব। ইয়াৰ ভিতৰত আছে অ’পেনাৰ কুইণ্টন ডি কক।

দিল্লী কেপিটেলছঃ ছিজনৰ আৰম্ভণিৰে পৰা বাংলাদেশী মুস্তাফিজুৰ ৰহমানৰ অবিহনে খেলিব দিল্লীয়ে। মে’ মাহত তেওঁ পুনৰ দল এৰিব। দিল্লী শিবিৰে ছিজনৰ আৰম্ভণিৰ পৰা লুংগি এনঙিডি আৰু অনৰিচ ন’খীক অবিহনে খেলিব।

অহা ৩১ মাৰ্চত আই পি এলৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব গুজৰাট টাইটানছ। আহমেদাবাদত দুয়োটা দলৰ মুখামুখি হ’ব।

 

Previous Post

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

Next Post

বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

Related Posts

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ
ক্ৰীড়া

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে  টিকটৰ দাম বৃদ্ধি হ’ল  ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?
ক্ৰীড়া

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

June 9, 2023
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
Next Post
বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7