VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফ্ৰান্স কাপৰ পৰা বাহিৰ হ’ল মেছি –নেইমাৰৰ ক্লাৱ , সহজ অগ্ৰগতি ৰিয়েল মাদ্ৰিদৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in ক্ৰীড়া
ফ্ৰান্স কাপৰ পৰা বাহিৰ হ’ল মেছি –নেইমাৰৰ ক্লাৱ , সহজ অগ্ৰগতি ৰিয়েল মাদ্ৰিদৰ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

ফ্ৰান্স কাপৰ অন্তিম ষোল্লৰ পৰা বাহিৰ হৈছে পেৰিছ চেণ্ট জাৰ্মেইন চমুকৈ পিএছজি ক্লাৱ । লিয়নেল মেছি, নেইমাৰৰ দৰে তাৰকা থকা ক্লাবটোৱে পুনৰ আগুৱাই যোৱাত ব্যর্থ হ’ল ৷  বুধবাৰে নিশা মাৰ্চেইলৰ হাতত ১-২ গ’লত পৰাস্ত হয় পি এছ জি। প্ৰায় এটা দশকৰ অন্তত ঘৰুৱা খেলপথাৰত পি এছ জিক পৰাস্ত কৰে মাৰ্ছেইলে। আনহাতে, মৰক্কোৰ ৰাবাটত আল আহলিৰ বিৰুদ্ধে সহজে ৪-১ গ’লত জয়লাভ কৰি ক্লাব বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ৰিয়েল মাদ্রিদে।

মাৰ্ছেইলে শেষবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত পি এছ জিক ২০১১ চনত পৰাস্ত কৰিছিল। বুধবাৰৰ পৰা ক্লাৱটোৱে আক্ৰমণাত্মক খেলিবলৈ আৰম্ভ কৰে।  প্ৰথমাৰ্ধত এলেক্সিছ ছানচেজে মাৰ্চেইলক আগুৱাই লৈ যায়। ষ্টপেজ টাইমত চাৰ্জিঅ’ ৰামোছে সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত ৰুছলান মালিন’ভস্কিয়ে বিজয়ী গ’ল দিয়ে। মেছিক প্ৰায় অসহায় যেন দেখা গৈছিল। নেইমাৰৰ দীৰ্ঘ দূৰত্বৰ শ্বট পোষ্টত খুন্দা মাৰে। আঘাতৰ বাবে কাইলিয়ান এমবাপেৰ অবিহনে ক্ষতিগ্ৰস্ত হৈছিল পি এছ জিয়ে।

আনহাতে, ইজিপ্তৰ ক্লাব আল আহলীক ৪-১ গ’লত পৰাস্ত কৰি ক্লাব বিশ্বকাপৰ ফাইনেললৈ যোৱাৰ পথ প্ৰশস্ত হ’ল ৰিয়েল মাদ্রিদৰ ৷ প্ৰথমাৰ্ধত ভিনিচিয়াছ আৰু ফেডেৰিকো ভালভাৰ্ডে ৰিয়েলক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধত ৰড্ৰিগো আৰু চাৰ্জিঅ’ আৰিবাছে গ’ল দিয়ে। শনিবাৰে ফাইনেলত ছৌদি আৰৱৰ আল হিলালৰ বিৰুদ্ধে খেলিব ৰিয়েলে। মঙলবাৰে আনখন ছেমি ফাইনেলত ব্ৰাজিলৰ ফ্লেমেংগোক ৩-২ গ’লত পৰাস্ত কৰে আল হিলালে।

ক্লাব বিশ্বকাপত মুঠ ৭ বাৰ জয়লাভ কৰিছে ৰিয়েলে। এই অভিলেখ কাৰো নাই। এই প্ৰতিযোগিতাত শেষবাৰৰ বাবে জয়লাভ কৰিছিল ২০১৮ চনত। অৱশ্যে ক্লাব বিশ্বকাপত কৰিম বেনজেমাকে ধৰি প্ৰথম শাৰীৰ ছয়জন ফুটবলাৰ আঘাতৰ বাবে খেলিব পৰা নাই।

 

Previous Post

বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

Next Post

আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
Next Post
আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7