VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি

দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে ৪-২ গ'লত পৰাস্ত কৰে আমেৰিকা যুক্তৰাষ্ট্ৰক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 22, 2022
in ক্ৰীড়া
এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলে ইতিমধ্যে এক সুন্দৰ আৰম্ভণি কৰিছে। দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰক ৪-২ গ’লত পৰাস্ত কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ যদিও ডেনিয়েল গ্ৰেগাই ২৮ মিনিটত ফিল্ড গ’ল কৰি নিজৰ দলক আগুৱাই নিছিল, ভাৰতৰ  দীপ গ্ৰেছ এক্কাই  ৩১ মিনিটত, নৱনীত কৌৰে ৩২ মিনিটত  আৰু চনিকাই ৪০ মিনিটৰ পৰা ১০ মিনিটৰ ভিতৰত তিনিটা গ’লেৰে  তীব্ৰগতিত ৩-১ ৰ অগ্ৰগতি লাভ কৰে। আনহাতে দলটোৰ বন্দনা কাটাৰিয়াই ৫০ মিনিটত গ’ল কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই ৪৫ মিনিটত পেনাল্টি কৰ্ণাৰত নাটালি কনৰাথৰ গ’লৰ সৈতে ভাৰতৰ অগ্ৰগতি এটা গ’লত সীমিত কৰে যদিও দ্বিতীয়াৰ্ধৰ ৫০ মিনিটত  ভাৰতৰ বন্দনা কাটাৰিয়াই ফিল্ড গ’ল কৰি ভাৰতক ৪-২ ৰ অগ্ৰগতি প্ৰদান কৰে যি খেলখনৰ  নিৰ্ণায়ক স্ক’ৰ হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে আৰ্জেণ্টিনাই ইতিমধ্যে ১৬ খন খেলত প্ৰতিদ্বন্দ্বিতা কৰি  ৪২ পইণ্টৰ সৈতে খিতাপ জয় কৰিছে। প্ৰতিযোগিতাখনত আত্মপ্ৰকাশ কৰা ভাৰতীয় দলটোৱে ১৩ খন খেলৰ প্ৰতিদ্বন্দ্বিতাৰে  ২৭ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থানত আছে ।

প্ৰথম পৰ্যায়ত  দুয়োটা দলে ইজনে সিজনৰ বৃত্তত স্থান পাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকে  সফলতা লাভ কৰা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ মেগান ৰজাৰে খেলখনৰ ১০ মিনিটত আক্ৰমণাত্মক প্ৰদৰ্শন  কৰে আৰু এটা পেনাল্টি কৰ্ণাৰো লাভ কৰে যদিও  দলটোৱে ইয়াক  গ’ললৈ  ৰূপান্তৰ কৰিব নোৱাৰিলে। দুই মিনিটৰ পিছত ভাৰতে তেওঁলোকৰ প্ৰথম পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল। আনহাতে ভাৰতীয় দলৰ  গুৰজিৎ কৌৰেও ইয়াক এটা গ’ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হৈছিল। সেয়েহে খেলখনত প্ৰথম কোৱাৰ্টাৰটো  আছিল গ’লবিহীন।অৱশ্যে  ভাৰতে দ্বিতীয় কোৱাৰ্টাৰটো আক্ৰমণাত্মকভাৱে আৰম্ভ কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰই ২১ মিনিটত দুটা পেনাল্টি কৰ্ণাৰ পাইছিল যদিও ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষাত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল দলটো।

আনহাতে খেলখনৰ  দ্বিতীয় পৰ্যায়  আৰম্ভ হোৱাৰ মাত্ৰ দুই মিনিট আগতে ভাৰতে একেৰাহে দুটা গ’লত  অগ্ৰগতি লাভ কৰিছিল। উপ-অধিনায়ক দীপ গ্ৰেছ ইক্কাই ৩১ মিনিটত গ’ল কৰি ১-১ স্ক’ৰেৰে  সমতা স্থাপন কৰিছিল। ইয়াৰ পিছতে পেনাল্টি কৰ্ণাৰত  নৱনীত কৌৰে এটা সুন্দৰ গ’ল কৰি খেলখনৰ ৩২ মিনিটত ভাৰতক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে। দুয়োটা দলৰ মাজৰ আজি অনুষ্ঠিত  হ’ব দ্বিতীয় পৰ্যায়ৰ খেলখন  ।

Previous Post

মহামায়া কামাখ্যা আৰু আমতি বা অম্বুবাচীৰ এক ঐতিহ্যময় পৰম্পৰা

Next Post

বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

Related Posts

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?
ক্ৰীড়া

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

June 29, 2022
ভাৰতৰ ক্ৰীড়া জগতৰ বাবে  এক  দুঃখবৰ
ক্ৰীড়া

ভাৰতৰ ক্ৰীড়া জগতৰ বাবে এক দুঃখবৰ

June 28, 2022
‘অভিষেক  আৰু জ্যোতি’ৰ আশ্চৰ্যকৰ প্ৰদৰ্শন
ক্ৰীড়া

‘অভিষেক আৰু জ্যোতি’ৰ আশ্চৰ্যকৰ প্ৰদৰ্শন

June 25, 2022
কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল
ক্ৰীড়া

কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল

June 24, 2022
সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়
ক্ৰীড়া

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

June 23, 2022
কোন কোন খেলুৱৈৰ নাম সন্নিবিষ্ট হৈছে  ‘কমনৱেলথ গেম্ছ ২০২২’ৰ তালিকাত ?
ক্ৰীড়া

কোন কোন খেলুৱৈৰ নাম সন্নিবিষ্ট হৈছে ‘কমনৱেলথ গেম্ছ ২০২২’ৰ তালিকাত ?

June 21, 2022
Next Post
বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7