VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2022
in ক্ৰীড়া
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

কমনৱেলথ গেমছত এতিয়াও  মেডেলৰ আশা সজীৱ কৰি ৰখা  দৌৰবিদ হিমা দাস আজি অৱতীর্ণ হ’ব ফাইনেলত ৷ পদকৰ যুঁজত আজি নামিব হিমা ৷ ২০০ মিটাৰৰ ছেমি ফাইনেলত আজি তেওঁ অৱতীর্ণ হ’ব ৷ ভাৰতীয় সময় অনুসৰি নিশা ১২.৩৫ বজাত হিমাৰ খেল অনুষঠিত হ’ব ৷ ইয়াৰ পূর্বে হিমাই ২০০ মিটাৰ প্ৰথম ৰাউণ্ডৰ হীট ১ ত প্ৰথম স্থানব দখল কৰি ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিছিল ৷  লাভলিনা বৰগোহাঁইয়ে কোৱার্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পাছত   ২০০ মিটাৰ দৌৰত ছেমি  ফাইনেললৈ হিমাই যোগ্যতা অর্জন কৰাৰ পাছতে ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে ৷

Previous Post

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

Next Post

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

Related Posts

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
কমনৱেলথ গেমছৰ পঞ্চমটো দিনত  ভাৰোত্তোলণত ভাৰতৰ পুনম
ক্ৰীড়া

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

August 2, 2022
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
ক্ৰীড়া

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

August 1, 2022
কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ
ক্ৰীড়া

কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

July 30, 2022
Next Post
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7