VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ

আজি ভাৰত আৰু ইংলেণ্ড ড্ৰীম-১১ৰ পঞ্চমখন টেষ্টমেচ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 1, 2022
in ক্ৰীড়া
ভাৰতীয় ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

ভাৰত বনাম ইংলেণ্ড ৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া  মেচৰ টেষ্ট শৃংখলাত আজিৰ খেলখনত  শেষবাৰৰ বাবে দুয়ো দলৰ খেলুৱৈসকলে ইজনে সিজনৰ বিৰুদ্ধে খেলিব।

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পঞ্চম টেষ্ট মেচখন আজি  বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত হ’ব।

খেলখন  ভাৰতীয় সময় মতে আবেলি ৩ বজাত আৰম্ভ হ’ব আৰু ফেনকোড আৰু ক্ৰিকেটএডিক্টৰ ৱেবছাইটত লাইভ স্কোৰ আৰু কমেণ্ট্ৰী দেখা যাব। আনহাতে লাইভ টেলিকাষ্ট উপলব্ধ হ’ব  চনি স্পৰ্টছ নেটৱৰ্কত উপলব্ধ হ’ব আনহাতে লাইভ ষ্ট্ৰীমিং চনিলিভ এপত ।

দুই দলৰ  মাজত অনুষ্ঠিত এই পাঁচখন খেলৰ টেষ্ট শৃংখলাত  ৫ খন খেলৰ ভিতৰত ৪ খন খেলেই যোৱা বছৰেই খেলা হৈছিল  ৷ আৱশেষত ভাৰতে অন্তিম খেলখনত  আজি ইংলেণ্ডৰ সৈতে  প্ৰতিদ্বন্দ্বিতা  কৰিব ৷

এই শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ড্ৰ’ৰ সৈতে সমাপ্ত হৈছিল। তাৰ পিছত, ভাৰতে দ্বিতীয় খন খেলত ১৫১ ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে আৰু শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে। তৃতীয় খন খেলত ইংলেণ্ডৰ দলটোৱে প্ৰত্যাৱৰ্তন কৰে আৰু ভাৰতক একপক্ষীয়ভাৱে ইনিংছ আৰু ৭৬ ৰাণত পৰাস্ত কৰে। তৃতীয় খন খেলত নিৰ্মমভাৱে পৰাজিত হোৱাৰ পিছত  ভাৰতীয় দলটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰে ৷

এই শৃংখলাৰ অৰ্থাৎ অন্তিমখন খেলত, ভাৰতে শৃংখলাটো দখল কৰিবলৈ দলটোক আন এটা বিজয়ৰ প্ৰয়োজন হ’ব ৷আনহাতে ইংলেণ্ডেও তেওঁলোকক পৰাস্ত কৰি শৃংখলাটোত সমতা আনিবলৈ বিচাৰিব। গতিকে  দুয়োটা পক্ষৰ মাজত হ’বলগীয়া এই প্ৰতিদ্বন্দ্বিতা অৱশ্যেই হ’ব ৰোমাঞ্চকৰ ।

আজিৰ খেলখনত ইংলেণ্ড দলৰ হৈ খেলপথাৰত নামিব-  জাক ক্ৰাউলি, এলেক্স লিছ, অলি পোপ, জো ৰুট, জনি বেয়াৰস্টো, বেন ষ্টোকছ (গ), বেন ফ’কেছ ছেম বিলিংছ (ৱিকে), জেমি অভাৰটন, ষ্টুৱাৰ্ট ব্ৰড, জেক লিচ, জেমছ এণ্ডাৰচন আদি খেলুৱৈসকল ৷

আনহাতে ভাৰতীয় দলটোত থাকিব : শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, ঋষভ পন্ত (ৱিকে), ৰবীন্দ্ৰ জাদেজা, ৰবি অশ্বিন/ শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ  আৰু  মহম্মদ চিৰাজ ৷

চেতেশ্বৰ পূজাৰা ভাৰতৰ এজন সোঁহতীয়া বেটছমেন যি ৰোহিত শৰ্মাৰ অনুপস্থিতিত ইনিংছ আৰম্ভ কৰিব বুলি আশা কৰা হৈছে। তেওঁ এতিয়ালৈকে এই শৃংখলাটোত ২২৭ ৰাণ সংগ্ৰহ কৰিছে আৰু এইবাৰো  এটা ভাল আৰম্ভণিৰ সৈতে ভাৰতক সহায় কৰিব বুলি আশা কৰিছে ক্ৰিকেট প্ৰেমী সকলে ।

আনহাতে শুভমান গিল ভাৰতৰ এজন সোঁহতীয়া  বেটছমেন যি তেওঁলোকৰ বাবে ইনিংছ আৰম্ভ কৰিব। তেওঁক অন্তিম টেষ্ট খেলৰ বাবে দলটোত অন্তৰ্ভূক্ত কৰা হৈছে।

ইফালে ক্ৰেগ অভাৰটন এজন সোঁহতীয়া বেটছমেন আৰু ইংলেণ্ডৰ সোঁহতীয়া মিডিয়াম-ফাষ্ট বলাৰ। তেওঁ এতিয়ালৈকে এই শৃংখলাটোত ৪৩ ৰাণ চিহ্নিত কৰিছে আৰু ৮ টা উইকেট দখল কৰিছে। দলটোৰ অলি পোপো  এজন সোঁহতীয়া  বেটছমেন। তেওঁ এতিয়ালৈকে এই শৃংখলাত ৮৩ ৰাণ লাভ কৰিছে  আৰু এই গুৰুত্বপূৰ্ণ খেলখনত আকৌ এবাৰ বেটেৰে কাৰ্যকৰী হ’ব পাৰে।

 

Previous Post

নগাঁও মহাবিদ্যালয়ত ছুইজাৰলেণ্ডৰ আৰ্হিত “সাৰথি দ্যা টাইম বেংক” উদ্বোধন

Next Post

সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে নূপূৰ শর্মাই –পয়গম্বৰক অপমান কৰা বিজেপি নেত্ৰীক উচ্চতম ন্যায়ালয়ৰ এজাউৰি

Related Posts

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
কমনৱেলথ গেমছৰ পঞ্চমটো দিনত  ভাৰোত্তোলণত ভাৰতৰ পুনম
ক্ৰীড়া

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

August 2, 2022
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
ক্ৰীড়া

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

August 1, 2022
Next Post
সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে নূপূৰ শর্মাই –পয়গম্বৰক অপমান কৰা বিজেপি নেত্ৰীক উচ্চতম ন্যায়ালয়ৰ এজাউৰি

সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে নূপূৰ শর্মাই –পয়গম্বৰক অপমান কৰা বিজেপি নেত্ৰীক উচ্চতম ন্যায়ালয়ৰ এজাউৰি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7