VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কমনৱেলথলৈ সাজু ভাৰতীয় দলঃথাকিব ২০০ এথলীট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2022
in ক্ৰীড়া
কমনৱেলথলৈ সাজু ভাৰতীয় দলঃথাকিব ২০০ এথলীট
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

দুটা দশকৰ পিছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ৷  বাৰ্মিংহামত  অহা ২৮ জুলাইৰ পৰা অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ৷ য’ত ভাৰতৰ তিনিশজনীয়া এটা দলে অংশগ্ৰহণ কৰিব ৷ ইয়াৰে দুই শতাধিক হৈছে এথলীট ৷ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু, দৌৰবিদ হিমা দাসকে ধৰি বহুসংখ্যক তাৰকা খেলুৱৈয়ো এই দলটোত অন্তর্ভুক্ত হৈছে ৷ বৃহস্পতিবাৰে বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব কমনৱেলথৰ মুকলি  অনুষ্ঠান ৷  ৩০ হাজাৰ লোকে স্বচক্ষে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব ৷  ৯৬ বছৰীয়া ৰাণী কমনৱেলথৰ মুৰব্বী যদিও অনুষ্ঠানত তেওঁ উপস্থিত নাথাকে ৷ ইয়াৰ পৰিৱর্তে ৰাজকুমাৰ চাৰ্লছ  অনুষ্ঠানত উপস্থিত নাথাকিব। কিংবদন্তি পপ  তাৰকা  ডুৰাণ ডুৰান অনুষ্ঠানৰ মুখ্য আকর্ষণ ৷ সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটো  টেলিগ্ৰাফ স্প’ৰ্টে সম্প্ৰচাৰ কৰিব ৷

বাৰ্মিংহাম হৈছে এই বছৰৰ আয়োজক চহৰ ৷ আলেকজেণ্ডাৰ ষ্টেডিয়ামত এথলেটিকছৰ আয়োজন কৰা হৈছে। ছেণ্ডৱেল একুৱাটিকছ চেণ্টাৰত  অনুষ্ঠিত হ’ব সাঁতোৰৰ অনুষ্ঠান ৷  কমনৱেলথ গেমছ চলিত বৃহস্পতিবাৰৰ পৰা (২৮ জুলাই) ৮ আগষ্ট লোকে অনুষ্ঠিত হ’ব ৷

Previous Post

কার্যকাল সমাপ্ত হোৱাৰ পাছত কি কি সুবিধা লাভ কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দে ? সুবিশাল বাংলো- গাড়ী- ব্যক্তিগত সহায়ককে ধৰি কটাব পাৰিব বিলাসী জীৱন

Next Post

আপুনি জানেনে সাগৰৰ তলত থকা ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?

Related Posts

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
কমনৱেলথ গেমছৰ পঞ্চমটো দিনত  ভাৰোত্তোলণত ভাৰতৰ পুনম
ক্ৰীড়া

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

August 2, 2022
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
ক্ৰীড়া

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

August 1, 2022
Next Post
আপুনি জানেনে সাগৰৰ তলত থকা  ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?

আপুনি জানেনে সাগৰৰ তলত থকা ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7