VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টেষ্টৰ পূর্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট! নিয়ম ভংগ কৰি টেষ্ট দললৈ আদৰি সূর্যকুমাৰক টুপী প্ৰদান কৰিলে দলৰ বাহিৰৰ ব্যক্তিয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in ক্ৰীড়া
টেষ্টৰ পূর্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট! নিয়ম ভংগ কৰি টেষ্ট দললৈ আদৰি সূর্যকুমাৰক টুপী প্ৰদান কৰিলে দলৰ বাহিৰৰ ব্যক্তিয়ে
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ পূৰ্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট। এই মেচত সূৰ্যকুমাৰ যাদৱ আৰু শ্ৰীকৰ ভাৰতৰ অভিষেক ঘটিছে । ভাৰতীয় প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্ৰীয়ে টেষ্ট আৰম্ভ হোৱাৰ পূর্বে সূর্যক টেষ্ট টুপি প্ৰদান কৰে ৷ বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক ওচৰতে  থিয় হৈ থকা দেখা গৈছিল । এই ঘটনাৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক।

 

ক্ৰিকেটাৰ এজনে দলত অভিষেক ঘটালে সাধাৰণতে দলৰ কোনোবাই তেওঁক আদৰি লৈ টুপী প্ৰদান কৰাটো নিয়ম। অধিনায়ক, উপ-অধিনায়ক, প্ৰশিক্ষক বা সহায়কাৰী দলৰ কোনোবাই টুপী প্ৰদান কৰাটো নিয়ম । ই আন যিকোনো ক্ৰিকেটাৰ হ’ব পাৰে। কিন্তু দলৰ বাহিৰৰ কোনোবাই এই কাম কৰা দেখা নাযায়। অৱশ্যে সেইটো নাগপুৰত দেখা গ’ল। খেল আৰম্ভ হোৱাৰ আগতে ভাৰতীয় ক্ৰিকেটাৰসকলে খেলপথাৰত বৃত্তৰ দৰে থিয় হৈছিল। শাস্ত্ৰী ইতিমধ্যে তাতেই আছিল। সেইটো দেখি বুজা গ’ল যে তেওঁক এই বিষয়ে আগতীয়াকৈ অৱগত কৰা হৈছে। শাস্ত্ৰীয়ে গৈ টুপীটো সূৰ্য্যক প্ৰদান কৰে। দ্ৰাবিড়কে ধৰি বাকীসকলে কাষত থিয় হৈ তেওঁলোকৰ কথা শুনি আছিল। প্ৰশ্ন উত্থাপন হয় যে দ্ৰাবিড়  প্ৰশিক্ষণ হোৱাৰ পিছতো শাস্ত্ৰীক কিয় এই সুযোগ দিয়া হ’ল। য’ত তেওঁ দলৰ অংশ নহয়, তাত শাস্ত্ৰীক কিয় মাতিছে? প্ৰাক্তন ক্ৰিকেটাৰ হিচাপে যেতিয়া শাস্ত্ৰীক এই সন্মান দিয়া হৈছিল, তেতিয়া মন্তব্যকাৰীৰ ভিতৰত সুনীল গাভাস্কৰো আছিল। তেন্তে কেৱল শাস্ত্ৰী কিয়?

 

টুপী গতাই দিয়াৰ পূৰ্বে ক্ৰিকেটাৰ দুগৰাকীৰ পৰিয়ালক খেলপথাৰৰ কাষলৈ আমন্ত্ৰণ জনাইছিল। দ্ৰাবিড়ে তেওঁলোকক কৰমর্দন কৰে ৷  ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে সফলতা লাভ কৰাৰ পিছত ভাৰতৰ হৈ ৰেডবল ক্ৰিকেটত অভিষেক ঘটিছে অন্ধ্ৰ প্ৰদেশৰ উইকেটকীপাৰগৰাকীৰ

Previous Post

মোদীৰ পুনঃব্যৱহৃত প্লাষ্টিকৰ জেকেট নহয়, বিৰোধী নেতাৰ মল্লিকার্জুন খার্গেই পৰিধান কৰা স্কার্ফক লৈ সদনত বিতর্ক, দাম শুনিলে আপুনিও হ’ব আচৰিত

Next Post

আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
Next Post
আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?

আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7