VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 30, 2023
in ক্ৰীড়া
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
0
SHARES
887
VIEWS
Share on FacebookShare on Twitter

 

বিশ্বকাপৰ প্ৰস্তুতি মেচতে আউল লাগিল ভাৰতৰ ৷ গুৱাহাটীৰ বর্ষাপাৰাত ইংলেণ্ডৰ বিৰুদ্ধে প্রস্তুতিৰ মেচখন সময়মতে আৰম্ভ কৰিব পৰা নগ’ল৷ দুপৰীয়া এক বজাত টছৰ সময়তে বতৰ ডাৱৰ হৈ পৰে ৷ টছত জিকি ভাৰতে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু সেই সময়তে বৰষুণ আৰম্ভ হয় ৷ প্ৰচণ্ড নেৰানেপেৰা বৰষুণৰ বাবে মেচ অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনাই অধিক হৈ পৰে ৷

বিশ্বকাপৰ পূৰ্বে ভাৰতে দুখন ৱাৰ্ম আপ মেচ খেলাৰ কথা। শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল। বৰষুণৰ ধৰণেও মেচ বাতিল হোৱাৰে ইংগিত দিছে ৷

 

খেলখন চাবলৈ বহু দৰ্শক ষ্টেডিয়ামত উপস্থিত হৈছিল  ৷  কিন্তু বহুতে ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিলে। ধাৰাসাৰ বৰষুণৰ বাবে পথত আবদ্ধ হৈ পৰিছে বহু লোক। বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰি আছে অনুৰাগীসকলে।

৮ অক্টোবৰত বিশ্বকাপৰ  ভাৰতৰ প্ৰথমখন খেল। সেই মেচখন ভাৰতে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। ৰোহিতৰ দ্বিতীয়খন খেল আফগানিস্তানৰ বিৰুদ্ধে। সেই মেচখন হ’ব দিল্লীত। ১৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ খেল অনুষ্ঠিত হ’ব ।

 

সেই সকলোবোৰ মেচৰ পূৰ্বে ভাৰতৰ দ্বিতীয়খন ৱাৰ্ম আপ মেচ তিৰুৱানন্তপুৰমত অনুষ্ঠিত হ’ব । ৩ অক্টোবৰত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব ৰোহিতৰ দলে । স্বাভাৱিকতে বিশ্বকাপৰ মূল মেচ অনুষ্ঠি নহ’লেও ৱার্ম আপ মেচক লৈ অনুৰাগীৰ মাজত উছাহৰ সৃষ্টি হৈছিল ৷ কিন্তু বৰষুণে সেই উছাহ ম্লান কৰিলে ৷

Previous Post

সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নালাগেঃ ন্যায়াধীশ উজ্জ্বল ভূঞা

Next Post

মণিপুৰত পুনৰ বিস্ফোৰক পৰিস্থিতি, মন্ত্ৰীৰ বাসগৃহত ক্ষুব্ধ লোকৰ আক্ৰমণ

Related Posts

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা
ক্ৰীড়া

১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা

November 25, 2023
Next Post
মণিপুৰত পুনৰ বিস্ফোৰক পৰিস্থিতি, মন্ত্ৰীৰ বাসগৃহত ক্ষুব্ধ লোকৰ আক্ৰমণ

মণিপুৰত পুনৰ বিস্ফোৰক পৰিস্থিতি, মন্ত্ৰীৰ বাসগৃহত ক্ষুব্ধ লোকৰ আক্ৰমণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7