VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কি নতুন অভিলেখৰ গৰাকী হ’ল যচপ্ৰীত বুমৰাহ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 4, 2022
in ক্ৰীড়া
কি নতুন অভিলেখৰ গৰাকী হ’ল যচপ্ৰীত বুমৰাহ ?
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

চলিত টেষ্ট শৃংখলাৰ সময়তে আন এক নতুন অভিলেখ ৰচনা কৰিলে যচপ্ৰীত বুমৰাহে ৷  ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত  ভাৰতৰ সৰ্বাধিক উইকেট লোৱা বলাৰ হিচাপে  নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে যচপ্ৰীতে বুমৰাহে। এডগবাষ্টনত অনুষ্ঠিত পঞ্চমখন টেষ্টত তেওঁ তিনটা উইকেট দখল কৰে ৷  ক’ভিডৰ বাবে যথেষ্ট পলমকৈ আৰম্ভ হোৱা পাঁচখন মেচৰ টেষ্টত  তেওঁ  মুঠ ২১টা উইকেট দখল কৰে ৷ ইয়াৰ লগে লগে  ২০১৪ চনত পাঁচখন মেচৰ শৃংখলাৰ সময়ত ভুৱনেশ্বৰ কুমাৰৰ ১৯টা উইকেটৰ অভিলেখ অতিক্ৰম কৰিলে।

ইংলেণ্ডত টেষ্ট শৃংখলাৰ সময়ত ভাৰতীয় বলাৰৰ সৰ্বাধিক উইকেট দখল কৰা আন ক্ৰিকেটাৰসকলৰ ভিতৰত আছে ভুৱনেশ্বৰ কুমাৰ,জাহিৰ খান,ঈশান্ত শৰ্মা আৰু সুভাষ গুপ্ত ৷

 

Previous Post

মিছ ইণ্ডিয়াৰ খিতাপ জিনিলে কৰ্ণাটকৰ সুন্দৰীয়ে, কোনে দখল কৰিলে ৰাণার্ছ আপৰ খিতাপ

Next Post

” অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি হীৰুদা”

Related Posts

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি
ক্ৰীড়া

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি

August 9, 2022
অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ  বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে
ক্ৰীড়া

অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে

August 8, 2022
১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
Next Post
” অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি হীৰুদা”

'' অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি হীৰুদা''

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7