VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোহলিৰ ৰেকর্ডক স্পর্শ ‘বেটছমেন’ উমেশৰ ! প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীকো কৰিলে অতিক্ৰম , কি এই নতুন অভিলেখ যাদৱৰ !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 2, 2023
in ক্ৰীড়া
কোহলিৰ ৰেকর্ডক স্পর্শ ‘বেটছমেন’ উমেশৰ ! প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীকো  কৰিলে অতিক্ৰম , কি এই নতুন অভিলেখ যাদৱৰ !
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ইন্দোৰত প্ৰথম ইনিংছত ব্যৰ্থ হয় ভাৰতীয় বেটছমেন। মাত্ৰ ১০৯ ৰানত অল আউট হৈছিল দলটো। কিন্তু ইয়াৰ মাজতে উমেশ যাদৱে মেচখনক দিলে সুকীয়া গতি ৷  শেষত ভাৰতীয় দলটোৱে উমেশ যাদৱৰ  ১৩ বলত ১৭ ৰানেৰে ১০০ ৰান অতিক্ৰম কৰে। ইয়াৰ লগে লগে উমেশ যাদৱে স্পর্শ কৰিলে বিৰাট কোহলিৰ অভিলেখ ৷

 

১৭ ৰানৰ ইনিংছত উমেশে ২টা ছিক্স মাৰিবলৈ সক্ষম হয় । টেষ্টত এতিয়ালৈকে তেওঁ ২৪টা ছিক্স কোবাইছে ৷  টেষ্ট খেলত কোহলীৰ ছিক্সৰ সংখ্যাও ২৪টা ৷ কেৱল কোহলীক স্পৰ্শ কৰাই নহয়, উমেশে তেওঁৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীক চেৰ পেলাইছে। টেষ্টত শাস্ত্ৰীয়ে ২২টা ছিক্স মাৰিছিল ৷  ইন্দোৰত শাস্ত্ৰীক অতিক্ৰম কৰিলে উমেশে।

 

টেষ্টত ছিক্সৰ তালিকাত ভাৰতীয় বেটছমেনৰ ভিতৰত ১৭ নম্বৰ স্থানত আছে উমেশ। এই তালিকাৰ শীৰ্ষত আছে বীৰেন্দ্ৰ সেহৱাগ। টেষ্টত তেওঁ ৯১টা ছিক্স কোবাইছিল ৷  দ্বিতীয় স্থানত থকা মহেন্দ্ৰ সিং ধোনিৰ ছিক্সৰ সংখ্যা হৈছে  ৭৮টা ৷

 

Previous Post

ভেষজ ফাকুগুড়িৰ অতিমাত্ৰা দামৰ বাবে ক্ৰয় কৰিব নোৱাৰে নেকি ? পাকঘৰত থকা সামগ্ৰীৰে কিদৰে প্ৰস্তুত কৰিব ৰঙা –সেউজীয়া-হালধীয়া ফাকুগুড়ি !!

Next Post

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব  প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7