VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 29, 2023
in ক্ৰীড়া
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

মালয়েছিয়া মাষ্টাৰছত জয়লাভ কৰে এইচ এছ প্ৰানয়। ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি চেম্পিয়ন হ’ল ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকী। পুৰুষৰ একক শাখাত মালয়েছিয়া মাষ্টাৰছত ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। খেলখনৰ ফলাফল প্ৰণয়ৰ সপক্ষে ২১-১৯, ১৩-২১, ২১-১৮।

 

ফাইনেলত প্ৰণয়ৰ প্ৰতিদ্বন্দ্বী আছিল চীনৰ ৱেং হং ইয়াং। যদিও আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত ইয়ং (৩৪) প্ৰানয় (৭)তকৈ বহু পিছ পৰি আছে, তথাপিও তেওঁৰ বি ডব্লিউ এফ খিতাপ জয়ৰ অভিজ্ঞতা অধিক। গতিকে যুঁজখন প্ৰণয়ৰ বাবে সহজ নাছিল।

 

প্ৰথম খেলৰ পৰাই যুদ্ধ চলি আছিল। এবাৰ প্ৰণয় আগুৱাই গৈ আছিল, পিছৰ মুহূৰ্তত ইয়ঙে আগবাঢ়ি গৈছিল। শেষত প্ৰণয়ে নিজৰ সেৱা ধৰি ২১-১৯ পইণ্টৰ ব্যৱধানত জয়লাভ কৰে। কিন্তু দ্বিতীয়খন খেলত ইয়ঙে পুনৰ মেচত আগবাঢ়ি যায় ৷ কিন্তু পৰৱর্তী সময়ত পুনৰ ওভতি আহে ভাৰতীয় তাৰকাজন ৷ কোন চেম্পিয়ন হ’ব সেয়া নিৰ্ভৰ কৰিছিল তৃতীয়খন খেলৰ ওপৰত। সেই খেলখনতো তীব্ৰ  যুঁজ হৈছিল। তেওঁ ইয়ঙৰ দুৰ্বলতাক লক্ষ্য কৰি খেলিবলৈ আৰম্ভ কৰে ৷ আৰু শেষৰ ছেটত জয়লাভ কৰে ৷

Previous Post

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

Next Post

অমিত শ্বাহৰ ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ পাঁচজন লোক

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
অমিত শ্বাহৰ ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে পুনৰ উত্তপ্ত  হৈ পৰিছে মণিপুৰ, সংঘৰ্ষত নিহত  আৰক্ষী জোৱানসহ পাঁচজন লোক

অমিত শ্বাহৰ ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ পাঁচজন লোক

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7