VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গোৰোহাৰ অস্ত্ৰোপচাৰ হ’ব নেইমাৰৰ, চাৰি মাহৰ বাবে নেদেখিব খেলপথাৰত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 7, 2023
in ক্ৰীড়া
গোৰোহাৰ অস্ত্ৰোপচাৰ হ’ব নেইমাৰৰ, চাৰি মাহৰ বাবে নেদেখিব খেলপথাৰত
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

গোৰোহাৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ কৰা হ’ব ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ নেইমাৰৰ । পেৰিছ চেণ্ট জাৰ্মেইনত কাইলিয়ান এমবাপে আৰু  লিয়নেল মেছিৰ সতীর্থ নেইমাৰ কমেও চাৰি মাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব।

 

অহা বৃহস্পতিবাৰে বায়াৰ্ন মিউনিখৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ খেলখনত নেইমাৰে খেলিব নোৱাৰিব। কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ পিছৰে পৰা গোৰোহাৰ লিগামেণ্টৰ আঘাতত ভুগি আছে। চিকিৎসকে কয় যে অস্ত্ৰোপচাৰ অবিহনে আঘাতৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱা সম্ভৱ নহয়। ১০ জুনত চেম্পিয়নছ লীগৰ ফাইনেল। যদি পি এছ জিয়ে ফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই মেচত নেইমাৰৰ উপস্থিতিও অনিশ্চিত বুলি বিবেচিত হৈছে।

 

১৯ ফেব্ৰুৱাৰীত লীগ ৱানৰ এখন খেলত নতুনকৈ আঘাতপ্ৰাপ্ত হয় নেইমাৰ। তাৰ পিছৰে পৰা ব্ৰাজিলৰ তাৰকাগৰাকী খেলৰ পৰা আঁতৰি আছে। পি এছ জি কৰ্তৃপক্ষই প্ৰথমে কৈছিল যে নেইমাৰে হাড় ভাঙি যোৱা নাছিল। কেইসপ্তাহমান জিৰণি লোৱাৰ প্ৰয়োজন। কিন্তু চিকিৎসকে কয় যে নেইমাৰৰ গোৰোহাৰ লিগামেণ্ট যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। অস্ত্ৰোপচাৰ নকৰাকৈ আঘাতৰ পৰা মুক্তি পোৱা সম্ভৱ নহয়। তেওঁলোকৰ পৰামৰ্শ অনুসৰি নেইমাৰে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ৷ তেওঁৰ অস্ত্ৰোপচাৰ কেতিয়া হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

 

নেইমাৰ কেতিয়া খেলপথাৰলৈ উভতি যাব পাৰিব সেয়া স্পষ্ট হোৱা নাই। অস্ত্ৰোপচাৰৰ পিছত পুনৰ্বাসন প্ৰক্ৰিয়াত কেইবাদিনো লাগিব। সেই অনুশীলন শেষ হোৱাৰ পিছত নেইমাৰ খেলপথাৰলৈ ঘূৰি অহাৰ সম্ভাৱ্য সময় নির্ধাৰণ হ’ব ৷

 

Previous Post

আই পি এলত উদ্বোধনী অনুষ্ঠানক লৈ শ্বাহৰুখৰ বিৰুদ্ধে পপতাৰকা জেনিফাৰ লোপেজে কি অভিযোগ আনিলে ?

Next Post

পিতৃ হিচাপে শ্বাহিদ কাপুৰ কেনেকুৱা? কিয় তেওঁ নিজৰ সন্তানক বলীউডৰ জাকজমকতাৰ পৰা আঁতৰাই ৰাখে?

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
পিতৃ হিচাপে শ্বাহিদ কাপুৰ কেনেকুৱা? কিয় তেওঁ নিজৰ সন্তানক বলীউডৰ জাকজমকতাৰ পৰা আঁতৰাই ৰাখে?

পিতৃ হিচাপে শ্বাহিদ কাপুৰ কেনেকুৱা? কিয় তেওঁ নিজৰ সন্তানক বলীউডৰ জাকজমকতাৰ পৰা আঁতৰাই ৰাখে?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7