VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰবিবাৰৰ ফাইনেল নহয়, বুধবাৰৰ ছেমি ফাইনেল বিশ্বকাপত ভাৰতৰ বাবে কিয় কঠিন মেচ হিচাপে পৰিগণিত হৈছে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 14, 2023
in ক্ৰীড়া
ৰবিবাৰৰ ফাইনেল নহয়,  বুধবাৰৰ ছেমি ফাইনেল বিশ্বকাপত ভাৰতৰ বাবে কিয় কঠিন মেচ হিচাপে পৰিগণিত হৈছে ?

Dharamsala: New Zealand batters Daryl Mitchell and Rachin Ravindra, India's Rohit Sharma and Virat Kohli during the ICC Men's Cricket World Cup 2023 match between India and New Zealand, at HPCA Stadium, in Dharamsala, Sunday, Oct. 22, 2023. (PTI Photo/Manvender Vashist Lav) (PTI10_22_2023_000213B)

0
SHARES
64
VIEWS
Share on FacebookShare on Twitter

 

চলিত বিশ্বকাপত ভাৰতে ৰাউণ্ড ৰবিন পৰ্যায়ৰ সকলো খেলতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোনো দলেই তেওঁলোকৰ সন্মুখত টিকি থাকিব নোৱাৰিলে। কিন্তু ছেমি ফাইনেলত অপেক্ষা কৰি আছে ভাৰতৰ আটাইতকৈ কঠিন মেচ। সন্মুখত শক্তিশালী নিউজিলেণ্ড ৷ যাৰ হাতত ভাৰতে যোৱাবাৰ পৰাস্ত হৈছিল। কিন্তু কেৱল সেয়াই নহয়, পৰিসংখ্যাই দেখুৱাইছে যে এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ অভিলেখ ভাল নহয়। মুঠ ৭ বাৰ অন্তিম চাৰিটাত প্ৰৱেশ কৰিছে যদিও  সেই পৰ্যায় অতিক্ৰম কৰি মাত্ৰ তিনিবাৰহে ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে । অৰ্থাৎ সফলতাৰ হাৰ আধাতকৈও কম। তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰি দুবাৰকৈ ট্ৰফী লাভ কৰিছে ভাৰতে। অৰ্থাৎ ভাৰত যদি ফাইনেললৈ যায় তেন্তে ট্ৰফী জয়ৰ সম্ভাৱনা অতি বেছি।

 

প্ৰথম দুখন বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ভাৰত। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। কপিল দেৱৰ অধিনায়কত্বত ভাৰতে আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল। ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ট্ৰফী জয় কৰিছিল ৷

 

পৰৱৰ্তী বিশ্বকাপতো ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু তেওঁলোকে ইংলেণ্ডৰ হাতত পৰাজিত হয় ৷ ১৯৯২ চনত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। ১৯৯৬ চনত তেওঁলোকে পুনৰ ছেমি ফাইনেলত খেলিছিল। সেই মেচখন হৈছিল কলকাতাৰ ইডেন গাৰ্ডেনত। সেইবাৰো ব্যর্থ হয় ভাৰত ৷ ১৯৯৯ চনৰ বিশ্বকাপৰ পৰা ভাৰতে ছুপাৰ ছয়ত বাহিৰ হৈছিল। ২০০৩ চনত পুনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত বেয়াকৈ পৰাস্ত হয় ভাৰত।

 

২০০৭ চনৰ বিশ্বকাপ ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ বেয়া সময়। ভাৰত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত বাহিৰ হয়। ২০১১ চনৰ বিশ্বকাপত ভাৰতে পুনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। সেইবাৰ  মুখামুখি হৈছিল প্ৰচণ্ড শত্ৰু পাকিস্তানৰ। মোহালীৰ সেই মেচখনত দুয়োখন দেশৰ ৰাষ্ট্ৰপতি দুগৰাকী গেলেৰীত আছিল। ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গীলানী। সেইবাৰ ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ট্ৰফী লাভ কৰে।

 

২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলতো প্ৰৱেশ কৰিছিল ভাৰত। সেইবাৰ  আয়োজক দেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি পৰাজিত হয় ।২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলতো ভাৰতৰ বাবে অতি দুখজনক। এইবাৰ প্ৰতিদ্বন্দ্বী আছিল নিউজিলেণ্ড। বৰষুণৰ বাবে দুদিন ধৰি খেলখন চলিছিল। কিন্তু পৰাজিত হয় ৷ সেয়েহে এইবাৰ ছামিফাইনেলক লৈ উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ ৷ হাইফল্টেজ মেচখনলৈ অপেক্ষা কৰিছে সকলোৱে ৷

​

 

Previous Post

চেন্নাই কলিউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন চুটি ছবিৰ সন্মান লাভ ‘লাচিত : দ্য ৱাৰিয়াৰ”ৰ

Next Post

ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ৰ মৃত্যু, দীৰ্ঘদিন ধৰি কেন্সাৰকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাত আক্ৰান্ত

Related Posts

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা
ক্ৰীড়া

১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা

November 25, 2023
Next Post
ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ৰ মৃত্যু, দীৰ্ঘদিন ধৰি কেন্সাৰকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাত আক্ৰান্ত

ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ৰ মৃত্যু, দীৰ্ঘদিন ধৰি কেন্সাৰকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাত আক্ৰান্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7