VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ আজি ওপজা দিনত জনালোঁ অযুত শুভকামনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 17, 2022
in ক্ৰীড়া
পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ আজি ওপজা দিনত জনালোঁ অযুত শুভকামনা
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক বেডমিণ্টন ৰেংকিঙৰ প্ৰথম স্থান লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হ’ল ছাইনা নেহৱাল। ছাইনা নেহৱাল বিশ্ব জুনিয়ৰ বেডমিণ্টন শ্বিপতো খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা।

১৯৯০ চনৰ ১৭ মাৰ্চ তাৰিখে হাৰিয়ানাৰ হিচাৰ জিলাৰ এটা সম্ভ্ৰান্ত পৰিয়ালত ছাইনা নেহৱালে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম হৰভিৰ সিং নেহৱাল আৰু মাকৰ নাম আছিল ঊষা নেহৱাল। ছাইনা নেহৱালে নিজৰ জন্ম জিলাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । দেউতাক Oil Seads Research কেন্দ্ৰৰ এজন বিজ্ঞানী আছিল । দেউতাক হায়দৰাবাদলৈ বদলি হোৱাত তাতে ছাইনা নেহৱালে কলেজীয়া শিক্ষা গ্ৰহণ কৰে।

ছাইনা নেহৱালে কেইবাজনো সুদক্ষ প্ৰশিক্ষকৰ অধীনত বেডমিণ্টন খেলৰ প্ৰশিক্ষণ লৈছিল। বেডমিণ্টন খেলৰ প্ৰতি সদিচ্ছা থকা বাবে অতি কম দিনৰ ভিতৰতে তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। প্ৰথমতে ৰাষ্ট্ৰীয় পৰ্যায়ত জুনিয়ৰ চেম্পিয়নশ্বিপত খেলি পিছত তেওঁ আন্তৰ্জাতিক পৰ্যায়ৰ খেলা আৰম্ভ কৰে।
আন্তৰ্জাতিক পৰ্যায়ত ২০০৩ চনত জুনিয়ৰ জেক অপেন খেলিয়েই বেডমিণ্টন কেৰিয়াৰ আৰম্ভ কৰে।২০০৪ চনত কমনৱেলথ যুৱ খেলত দ্বিতীয় স্থান আৰু ২০০৫ , ২০০৬ চনত এছিয়ান চেটেলাইট বেডমিণ্টন টুৰ্ণামেণ্টত প্ৰথম স্থান লাভ কৰিছিল।

২০০৮ চনত বিশ্ব জুনিয়ৰ ছেম্পিয়নশ্বিপত জয় লাভ কৰিছিল। বিশ্ব জুনিয়ৰ ছেম্পিয়নশ্বিপ লাভ কৰা তেওঁৱেই প্ৰথম ভাৰতীয় মহিলা। এই বছৰতে তেওঁ কেইবাখনো আন্তৰ্জাতিক খেলত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিক খেলত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিক খেলত পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে অভিলেখ স্থাপন কৰে।
২০১৫ চনটো ছাইনা নেহৱালৰ কাৰণে অতি গৌৰৱৰ বছৰ। Denmark Open Super Serices Premier Trophy -ত অংশ গ্ৰহণ কৰি বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰি অভিলেখ স্থাপন কৰে।

২০১০ চনত পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী ছাইনা নেহৱালৰ আজি জন্মদিন। তেওঁ সুস্থ শৰীৰে থাকি ভাৰতবাসীক আকৌ গৌৰাৱান্বিত কৰিব পাৰিব বুলি আশা ৰাখি জন্মদিনত শুভকামনা জনাইছোঁ ।

Previous Post

চেন্নাইত হ’ব ৪৪ তম দবা অলিম্পিয়াড

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7