VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বেলাৰুচৰ বিৰুদ্ধে বন্ধুত্বপূর্ণ মেচত হাৰিও অনুৰাগীৰ মন জয় কৰিলে ভাৰতীয় ফুটবল দলে, কাৰণ জানিলে আপুনিও হ’ব গৌৰৱান্বিত !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2022
in ক্ৰীড়া
বেলাৰুচৰ বিৰুদ্ধে বন্ধুত্বপূর্ণ মেচত হাৰিও অনুৰাগীৰ মন জয় কৰিলে ভাৰতীয় ফুটবল দলে, কাৰণ জানিলে আপুনিও হ’ব গৌৰৱান্বিত !
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বেলাৰুছ আৰু ভাৰতৰ ফুটবল দলৰ মাজত অনুষ্ঠিত মেচত ভাৰতীয় দলটো পৰাজিত হ’লেও তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে মন জয় কৰিছে ফুটবল অনুৰাগীৰ ৷ মেচখন অনুষ্ঠিত হোৱাৰ পূর্বে তিনিজন ভাৰতীয় ফুটবলাৰে নিজৰ নিজৰ ধর্মীয় বিশ্বাস অনুসৰি কৰা প্ৰার্থনাৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পাছতে অনুৰাগীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় ফুটবল দলে টুইটাৰত পোষ্ট  কৰা  ফটোখনত এজন হিন্দু, এজন মুছলমান আৰু এজন খ্ৰীষ্ট্ৰান ফুটবলাৰে নিজৰ নিজৰ ধর্মীয় বিশ্বাস অনুসৰি প্ৰার্থনা কৰি থকা দেখা গৈছিল ৷

ভাইৰেল হৈ পৰাৰ পাছতে তিনিজন খেলুৱৈৰ  এই ফটোখনে ভাৰতৰ প্ৰকৃত আত্মা বহন কৰিছে বুলি মন্তব্য কৰিছে একাংশ অনুৰগীয়ে ৷ আন একাংশই আকৌ  এয়াই  বৈচিত্ৰ্যৰ মাজত  ঐক্য বুলি প্ৰকাশ কৰিছে ৷ শনিবাৰে মানামাত খেলা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত বেলাৰুছে দ্বিতীয়াৰ্ধত তিনিটা গ’ল দি ভাৰতক ৩-০ গ’লত পৰাস্ত কৰে।ভাৰতৰ বিৰুদ্ধে গ’ল কৰা বেলাৰুছৰ তিনিজন খেলুৱৈ হৈছে  বাইকাউ আৰ্টচেম, আন্দ্ৰেই চালাভ আৰু হৰমিকা ভাৰেলী।

Previous Post

এইবাৰ বিমানত উঠিব নোৱাৰিব আফগানিস্তানৰ মহিলা, কি নির্দেশ দিলে তালিবানে !

Next Post

অতি লোভনীয় ৰবাব টেঙা বহুতো ঔষধি গুণেৰে ভৰপুৰ

Related Posts

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
Next Post
অতি লোভনীয় ৰবাব টেঙা বহুতো ঔষধি গুণেৰে ভৰপুৰ

অতি লোভনীয় ৰবাব টেঙা বহুতো ঔষধি গুণেৰে ভৰপুৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7