VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাত্ৰ ৩ দিনৰ ভিতৰতে প্ৰীতি নেগীয়ে চাইকেলেৰে কৰিলে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ আৰোহণ

পাকিস্তানৰ সমৰ খানৰ বিশ্ব অভিলেখ ভংগ কৰি ইতিহাস ৰচনা প্ৰীতিৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in ক্ৰীড়া
মাত্ৰ ৩ দিনৰ ভিতৰতে প্ৰীতি নেগীয়ে চাইকেলেৰে কৰিলে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ  আৰোহণ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

এইবাৰ চাইকেলেৰে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ কালিমঞ্জাৰো আৰোহণ কৰি অভিলেখ সৃষ্টি কৰিলে উত্তৰাখণ্ডৰ এইগৰাকী পাহাৰীয়া কন্যাই  ৷ পাহাৰৰ সকলো ৰক্ষণশীলতা আৰু পুৰণি বিশ্বাস ভংগ কৰি পাহাৰৰ ছোৱালীৰ বাবে এক অভিলেখ আৰু আদৰ্শ স্থাপন কৰিলে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ টেভডি গাঁৱৰ প্ৰীতি নেগীয়ে আৰু এই কথা প্ৰমাণ কৰিলে যে মনৰ ইচ্ছা থাকিলে একো কামেই অসম্ভৱ নহয় । পাকিস্তানৰ সমৰ খানৰ বিশ্ব অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰিলে প্ৰীতি নেগীয়ে।

মাত্ৰ ৩ দিনৰ ভিতৰতে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ কালিমঞ্জাৰো পৰ্বতত চাইকেলেৰে সফলতাৰে আৰোহণ কৰি অভিলেখ ভংগ কৰিছে ৰুদ্ৰপ্ৰয়াগ জিলাৰ টেভডি গাঁৱৰ প্ৰীতি নেগীয়ে। ইয়াৰ পূৰ্বে ৪ দিনত চাইকেলেৰে এই সৰ্বোচ্চ শৃংগ জয় কৰাৰ অভিলেখ গঢ়িছিল পাকিস্তানৰ সমৰ খানে।

প্ৰীতিয়ে ২০২২ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৩ দিনত চাইকেলেৰে এই কঠিন শিখৰত সফলতাৰে আৰোহণ কৰি সমৰ খানৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ।

Previous Post

আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ‘গুৰু গোবিন্দ সিংহ জয়ন্তী’

Next Post

যৌৱন ঘুৰাই পোৱাৰ আছে কিছুমান কৌশল- ৫০ বছৰ বয়সতো ৩০ বছৰীয়া চফল ডেকা হৈ থাকিব বিচাৰে নেকি ?

Related Posts

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল
ক্ৰীড়া

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল

January 18, 2023
নতুন বিতৰ্ক  হকী বিশ্বকাপত!  ১১ জনৰ সলনি ১২ জন  খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!
ক্ৰীড়া

নতুন বিতৰ্ক হকী বিশ্বকাপত! ১১ জনৰ সলনি ১২ জন খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!

January 18, 2023
ছৌদি ক্লাৱ আল নাছেৰৰ সৈতে ৭ বছৰৰ বাবে চুক্তিৱদ্ধ ক্রিষ্টিয়ানো ৰোনাল্ডো, প্ৰতিমাহে লাভ কৰিব ১৪৮ কোটি টকা পাৰিশ্ৰমিক, বিলাসী আৱসগৃহৰ চৌহদত থাকিব শ্বপিং ম’ল
ক্ৰীড়া

প্ৰতি ছেকেণ্ডত উপার্জন কৰিব ১,৬৪,০০০ টকা! মেছি-ৰোণাল্ডো ক’ত হ’ব মুখামুখি ?

January 17, 2023
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে
ক্ৰীড়া

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

January 13, 2023
ফিফাৰ  বর্ষশ্ৰেষ্ঠ  ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে
ক্ৰীড়া

ফিফাৰ বর্ষশ্ৰেষ্ঠ ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে

January 13, 2023
হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে
ক্ৰীড়া

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

January 12, 2023
Next Post
যৌৱন ঘুৰাই পোৱাৰ আছে কিছুমান কৌশল-  ৫০ বছৰ বয়সতো ৩০ বছৰীয়া চফল ডেকা হৈ থাকিব বিচাৰে নেকি ?

যৌৱন ঘুৰাই পোৱাৰ আছে কিছুমান কৌশল- ৫০ বছৰ বয়সতো ৩০ বছৰীয়া চফল ডেকা হৈ থাকিব বিচাৰে নেকি ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7