VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডেৰ বছৰৰ পাছত ভাৰতৰ অধিনায়কৰ টেষ্টত শতক, চন্দলৈ ওভতি আহিছে ৰোহিত শর্মা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 10, 2023
in ক্ৰীড়া
ডেৰ বছৰৰ পাছত ভাৰতৰ অধিনায়কৰ টেষ্টত শতক, চন্দলৈ ওভতি আহিছে ৰোহিত শর্মা
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

সন্মুখৰ পৰা ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব দি আছে ৰোহিত শৰ্মাই। ১৭৭ ৰানত অষ্ট্ৰেলিয়াক আউট কৰাৰ পাছত ভাৰতক এটা বৃহৎ লক্ষ্য বান্ধি দিয়াৰ প্ৰয়োজন হৈছিল। ইয়াৰ দায়িত্ব কান্ধ পাতি ল’লে ৰোহিত শর্মাই । তেওঁ শতক অর্জন কৰিলে ৷ ডেৰ বছৰৰ পাছত টেষ্ট ক্ৰিকেটত ৰোহিত শর্মাই  শতক অর্জন কৰিবলৈ সক্ষম হৈছে । কে এল ৰাহুল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী ব্যৰ্থ হ’লেও ৰোহিতে নিজৰ লক্ষ্যত অৱতীর্ন হৈছে ৷

 

১৭১টা বলত শতক অৰ্জন কৰে ৰোহিতে। ভাৰতৰ আৰম্ভণিৰ বেটছমেনসকল ব্যৰ্থ হোৱা দিনটোত ৰোহিতে অধিনায়কত্বৰ ইনিংছ খেলিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ৰোহিতে ১৪টা চাৰি আৰু দুটা ছয় মাৰি শতক অর্জন কৰে ৷টেষ্ট ক্ৰিকেটত এয়া তেওঁৰ নৱম শতক। টেষ্টত অ’পেনাৰ হিচাপে খেলিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা ৰোহিতৰ খেলৰ ধৰণ সলনি হৈছে। অধিনায়ক হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম শতক।

 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছত ৰোহিতৰ মুখত সকাহৰ হাঁহি এটা দেখা গৈছে। তেওঁ জানে এই শতকটো কিমান গুৰুত্বপূৰ্ণ। দলটোক অগ্ৰগতি দিবলৈ যেনেকৈ ৰানৰ প্ৰয়োজন হৈছিল, তেনেকৈয়ে তেওঁৰ ছন্দৰ অভাৱৰ কথাও চৰ্চা হৈছিল।

Previous Post

আপুনি ওজন কমাবলৈ প্ৰতিদিনে ফল-মূল খাই আছে নেকি? কোনবোৰ ফল খালে ওজন বৃদ্ধি হ’ব পাৰে জানেনে ?

Next Post

খহি পৰিল সূৰ্য্যৰ বিশাল টুকুৰা, উদ্বিগ্ন বিজ্ঞানীমহল

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
খহি পৰিল সূৰ্য্যৰ বিশাল টুকুৰা, উদ্বিগ্ন বিজ্ঞানীমহল

খহি পৰিল সূৰ্য্যৰ বিশাল টুকুৰা, উদ্বিগ্ন বিজ্ঞানীমহল

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7