VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ত অন্তভুর্ক্ত সঞ্জু চেমছন, আৰু কোন কোন থাকিব দলত !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2022
in ক্ৰীড়া
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ত অন্তভুর্ক্ত সঞ্জু চেমছন, আৰু কোন কোন থাকিব দলত !!
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে  খেলিবলগীয়া আগন্তুক পাঁচখন মেচৰ টি-২০ শৃংখলাৰ পূৰ্বে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জু চেমছনক। ২৯ জুলাই শুকুৰবাৰৰ পৰা  ট্ৰিনিদাদত আৰম্ভ হ’ব এই শৃংখলা ৷ কে এল ৰাহুলৰ ঠাইত সঞ্জু চেমছনক স্থান দিয়া হৈছে। কেৰেলাৰ তাৰকাগৰাকী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাতো  দলটোৰ সদস্য আছিল যদিও টি-২০ দলত তেওঁক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

আনহাতে,  কে এল ৰাহুলক টি-২০ দলৰ বাবে নিৰ্বাচিত কৰা হৈছিল যদিও তেওঁৰ ফিটনেছৰ  ওপৰত খেলত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়া  নিৰ্ভৰশীল আছিল। আই পি এল সমাপ্ত হোৱাৰ পাছৰে পৰা ৰাহুল  খেলপথাৰৰ পৰা আঁতৰি আছে ৷ আই পি এল শেষ হোৱাৰ পিছত তেওঁ এক অস্ত্ৰোপচাৰৰ বাবে জাৰ্মানীলৈ যাত্ৰা কৰে। অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ  পিছত তেওঁ বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীলৈ ওভতি আহি অনুশীলন আৰম্ভ কৰে ৷ কিছুদিন পূর্বে তেওঁ ক’ভিডতো আক্ৰান্ত হৈছিল ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে উদ্বোধনী টি-২০মেচৰ  বাবে চেমছনক দলৰ ৰষ্টাৰত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও বিচিচিআইয়ে এতিয়াও নিৰ্বাচন আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।চেমচনক  খেলিবলৈ সুযোগ দিয়া হ’ব বুলি আশা কৰা হৈছে

ভাৰতীয় টি ২০ দল:

ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, শ্ৰেয়াস আয়াৰ, দীনেশ কাৰ্তিক, ঋষভ পন্ত, হাৰ্দিক পাণ্ড্য, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, আৰ আশ্বিন, ৰবি বিষ্ণয়, কুলদীপ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, আৱেশ খান, হৰ্ষল পেটেল, আর্ছদীপ সিং।

Previous Post

আজি মুকলি কৰা হ’ব  ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ

Next Post

পশ্চিমবংগৰ ধৃত মন্ত্ৰীৰ ঘনিষ্ঠ অর্পিতাই ক’ত লুকুৱাই ৰাখিছে চাৰিখন টকা ভর্ত্তি বিলাসী বাহন ? আৰম্ভ ই ডিৰ অভিযান

Related Posts

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি
ক্ৰীড়া

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি

August 9, 2022
অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ  বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে
ক্ৰীড়া

অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে

August 8, 2022
১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
Next Post
পশ্চিমবংগৰ ধৃত মন্ত্ৰীৰ ঘনিষ্ঠ অর্পিতাই ক’ত লুকুৱাই ৰাখিছে চাৰিখন টকা ভর্ত্তি বিলাসী বাহন ? আৰম্ভ  ই ডিৰ অভিযান

পশ্চিমবংগৰ ধৃত মন্ত্ৰীৰ ঘনিষ্ঠ অর্পিতাই ক’ত লুকুৱাই ৰাখিছে চাৰিখন টকা ভর্ত্তি বিলাসী বাহন ? আৰম্ভ ই ডিৰ অভিযান

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7