VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিৰাপত্তা বৃদ্ধি কৰা হ’ল সৌৰভ গাংগুলীৰ,, ‘ৱাই’ৰ সলনি এইবাৰ তেওঁ লাভ কৰিব জেড শ্ৰেণীৰ নিৰাপত্তা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2023
in ক্ৰীড়া
নিৰাপত্তা বৃদ্ধি কৰা হ’ল সৌৰভ গাংগুলীৰ,, ‘ৱাই’ৰ সলনি এইবাৰ তেওঁ লাভ কৰিব জেড শ্ৰেণীৰ নিৰাপত্তা
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

সৌৰভ গাংগুলীৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁ ‘ৱাই’ কেটেগৰী নিৰাপত্তা লাভ কৰি আছিল। এতিয়াৰ পৰা তেওঁক ‘জেড’ কেটেগৰী নিৰাপত্তা দিয়া হ’ব। ভাৰতীয় প্ৰাক্তন অধিনায়ক আৰু ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। সৌৰভৰ ঘনিষ্ঠ সূত্ৰৰ মতে ব্যক্তিগত কাৰণত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

 

২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল সৌৰভে। ভাৰতৰ অন্যতম সফল অধিনায়ক হিচাপে তেওঁৰ সুনাম আছে ৷ তেওঁ এতিয়াও ক্ৰিকেটৰ সৈতে জড়িত। সৌৰভ আই পি এলত দিল্লী কেপিটেলছৰ সঞ্চালক। যোৱা বছৰ শেষ হৈছিল ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে তেওঁৰ কাৰ্যকাল। ইয়াৰ পিছত সম্পাদক জয় শ্বাহক ৰখা হ’ল যদিও সৌৰভক দায়িত্বত ৰখা নহ’ল। এই সন্দৰ্ভত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়। সৌৰভক ৰাজ্য চৰকাৰৰ পৰা ‘জেড’ শিতানৰ নিৰাপত্তা দিয়া হ’ব।

 

‘জেড’ শিতানৰ নিৰাপত্তাৰ বাবে সৌৰভৰ লগত সকলো সময়তে দুজন বিশেষ নিৰাপত্তা বিষয়া থাকিব। ২১ মে’ৰ পৰা এই অতিৰিক্ত নিৰাপত্তা লাভ কৰিব সৌৰভে। আই পি এলত দিল্লী কেপিটেলছৰ দলৰ সৈতে আছে সৌৰভ। তেওঁৰ ঘৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। কোৱা হয় যে সৌৰভে নিজেই ব্যক্তিগত কাৰণত নিৰাপত্তা বৃদ্ধি কৰিব বিচাৰিছিল। দিল্লী কেপিটেলছ এইবাৰ আই পি এলৰ পৰা বাহিৰ হ’লেও পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এতিয়াও খেল বাকী আছে। ইয়াৰ পিছত অতি সোনকালে কলকাতালৈ উভতি আহিব সৌৰভ।

Previous Post

স্বামী বিকিৰ জন্মদিনত কি লিখিলে অভিনেত্ৰী কেটৰিনাই ?

Next Post

মৃত্যু বার্ষিকীত পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ

Related Posts

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ
ক্ৰীড়া

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে  টিকটৰ দাম বৃদ্ধি হ’ল  ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?
ক্ৰীড়া

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

June 9, 2023
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
Next Post
মৃত্যু বার্ষিকীত পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ

মৃত্যু বার্ষিকীত পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7