VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাৰ সফল সামৰণি

গুৱাহাটী চেম্পিয়ন,দ্বিতীয় শ্ৰেষ্ঠ দল ডিব্ৰুগড়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2022
in ক্ৰীড়া
আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাৰ সফল সামৰণি
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ১১ মাৰ্চ ২০২২-: অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত ৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা‌ৰ আজি সফল সামৰণি পৰে। ৩৭ খন জিলাৰ ৯৬৪ গৰাকী এথলীটে অংশগ্ৰহন কৰা প্ৰতিযোগিতাত ২৪ টা সোণৰ,১৪ টা ৰূপৰ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰি ৩১৫ পইন্টেৰে গুৱাহাটীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে।

আনহাতে তালিকাত ডিব্ৰুগড় জিলাই ৬ টা সোণ,১৩ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰি ২২২ পইন্টেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে, লগতে ১৫ টা সোণৰ,১১টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ তৃতীয় স্থানত থাকে শিৱসাগৰ জিলা। প্ৰতিযোগিতাৰ ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে- ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ বিনয় বড়ো(ওদালগুৰি), ১৪ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ স্পৰ্শাজ্যোতি বৰা (গুৱাহাটী), ১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ কপিল লাহন( গুৱাহাটী),১৬ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ ৰিমঝিম শইকীয়া (গুৱাহাটী),১৮ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ ঈদুল হুছেইন ( গুৱাহাটী), ১৮ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ শিল্পী দাস ( গুৱাহাটী), ২০ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ অৰূপজ্যোতি গগৈ ( লখিমপুৰ), ২০ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ প্ৰতীক্ষা বৰুৱা (মাৰ্ঘেৰিটা),পুৰুষ শাখাত দিবাকৰ ছৌবে (গুৱাহাটী) আৰু মহিলা শাখাৰ অম্ব্ৰিকা নাৰ্জাৰী( কোকৰাঝাৰ)।

প্ৰতিযোগিতাৰ সফল ৰূপায়নত সহযোগিতা আগবঢ়োৱা খেলুৱৈ,প্ৰশিক্ষক,মেনেজাৰ,অফিচিয়েল, স্বেচ্ছাসেৱক আৰু দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছে অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভড়ালীয়ে। সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক বঁটা সমূহ প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব ড৹ সিদ্ধাৰ্থ সিং,ভাৰতীয় এথলেটিকচ্ ফেডাৰেছনৰ টেকনিকেল কমিটিৰ অধ্যক্ষ ষ্টেনলী জোনছ, অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভড়ালী, আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুননিছা,এথলেটিকচ্ প্ৰশিক্ষক নিপন দাস আৰু ক্ৰীড়াক্ষেত্ৰৰ বহুকেইগৰাকী গন্য-মান্য ব্যক্তিয়ে।

Previous Post

প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত নাজিৰাত তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন, ভাগ ল’লে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
এ বি ডি ভিলিয়ৰ্ছ  উভতি আহিছে নেকি  আৰ চি বিলৈ ?
ক্ৰীড়া

এ বি ডি ভিলিয়ৰ্ছ উভতি আহিছে নেকি আৰ চি বিলৈ ?

May 11, 2022
ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত  ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে
ক্ৰীড়া

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

May 10, 2022
‘আই পি এল২০২২’ৰ  ৫৫ তম মেচত   চেন্নাই চুপাৰ কিংছৰ বিজয়
ক্ৰীড়া

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

May 9, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7