VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আইপিএলৰ মাজতে বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2023
in ক্ৰীড়া
আইপিএলৰ মাজতে বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। বিচিচিআইয়েও আইপিএলৰ মাজভাগত সেই প্ৰতিযোগিতাক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে। শুকুৰবাৰে প্ৰতিযোগিতাখনৰ আয়োজনৰ বাবে এখন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

 

ব’ৰ্ডৰ মতে, সভাপতি, সম্পাদক, কোষাধ্যক্ষ, ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া কমিটীত থাকিব। এই সমিতিখন অহা ২৭ মে’ত আহমেদাবাদত ব’ৰ্ডৰ বিশেষ সাধাৰণ সভাত আনুষ্ঠানিকভাৱে গঠন কৰা হ’ব ৷ বিচিচিআই  ইতিমধ্যে বিশ্বকাপৰ কথা মনত ৰাখি বিভিন্ন ৰাজ্যিক সংগঠনলৈ ধন প্ৰেৰণ কৰিছে। সেই ধন আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব। বেছিভাগ ক্ষেত্ৰতে জৰুৰী আন্তঃগাঁথনিৰ কামৰ প্ৰয়োজন। ইয়াৰ উপৰিও দৰ্শনাৰ্থীৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷

 

মহিলা প্ৰিমিয়াৰ লীগক লৈ এখন কমিটী গঠন কৰাৰ কথা আছিল। কিন্তু পৰৱৰ্তী প্ৰতিযোগিতাৰ তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই। সেই সন্দর্ভতো বৈঠকত আলোচনা কৰা হ’ব ৷  ব’ৰ্ডৰ এক সূত্ৰই কয়, ‘অহা বছৰ অষ্ট্ৰেলিয়াৰ মহিলা দল এই দেশলৈ আহিব। ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহলৈকে ভাৰতৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত মহিলা প্ৰিমিয়াৰ লীগ আৰম্ভ হ’ব । দীপাৱলীৰ সময়ত পুৰুষৰ  বিশ্বকাপ অনুষ্ঠিত হ’ব৷”

 

শেহতীয়া সময়ত ভাৰতীয় দলটোৱে আঘাতৰ সন্মুখীন হৈছে। সেয়েহে প্ৰতিটো ৰাজ্যিক দলত ব’ৰ্ডৰ ফিজিঅ’ আৰু প্ৰশিক্ষক নিযুক্তি দিয়া হ’ব। বিচিচিআইয়ে বিচাৰে যে যিকোনো এনচিএ প্ৰমাণিত সহায়ক কৰ্মচাৰী ৰাজ্যিক দলসমূহৰ সৈতে সংযুক্ত হওক। লগতে প্ৰতিটো দলৰ বাবে এটা নিৰ্দিষ্ট ফিটনেছ মডিউল প্ৰস্তুত কৰা হ’ব, যাতে কোনো ক্ৰিকেটাৰে বেছিকৈ আঘাত নাপায়।

Previous Post

অ’টিটি প্লেটফৰ্মৰ সৈতে ছলমানৰ ৫ বছৰৰ চুক্তি, অভিনেতাজনে কিমান টকা লাভ কৰিব ?

Next Post

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

Related Posts

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ
ক্ৰীড়া

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে  টিকটৰ দাম বৃদ্ধি হ’ল  ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?
ক্ৰীড়া

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

June 9, 2023
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
Next Post
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7