VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ এক নম্বৰ টেবুল টেনিছ খেলুৱৈয়ে এছিয়ান গেমছত নাপালে সুযোগ , ক্ষুব্ধ হৰমীত দেশাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 19, 2023
in ক্ৰীড়া
দেশৰ এক নম্বৰ টেবুল টেনিছ খেলুৱৈয়ে এছিয়ান গেমছত  নাপালে সুযোগ , ক্ষুব্ধ হৰমীত দেশাই
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

 

হৰমীত দেশাই একক শাখাত ভাৰতৰ এক নম্বৰ টেবুল টেনিছ খেলুৱৈ। কিন্তু এছিয়ান গেমছৰ একক দলত তেওঁক অন্তৰ্ভুক্ত কৰা নহ’ল। এনে সিদ্ধান্তত ক্ষুন্ন হৈ পৰিছে খেলুৱৈগৰাকী ৷  ২৯ বছৰীয়া টেবুল টেনিছ খেলুৱৈগৰাকীয়ে দল নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

 

এছিয়ান গেমছৰ টেবুল টেনিছ দলত স্থান লাভ কৰিছে হৰমীতৰ। কিন্তু তেওঁ কেৱল মিক্সড ডাবলছহে খেলিব। একক শাখাত খেলিব শৰৎ কমল আৰু সত্যেন জ্ঞানশেখৰনে। মাত্ৰ দুজন খেলুৱৈকহে চিংগলৰ বাবে পঠিয়াব পাৰিব। সংবাদ সংস্থা পিটিআইক হৰমীতে কয়, ‘এয়া মোৰ তৃতীয় এছিয়ান গেমছ। বাছনি প্ৰক্ৰিয়া অনুসৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মেচৰ প্ৰদর্শন বিবেচনা কৰা উচিত । সেই অনুসৰি মই চিংগল খেলা উচিত। কেৱল মিক্সড ডাবলছ নহয়।”

 

মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচনৰ ৰেংকিঙত ভাৰতীয়ৰ ভিতৰত হৰমীতে শীৰ্ষস্থান দখল কৰে। তেওঁ বিশ্বৰ ভিতৰতে ৬৪ নম্বৰ স্থানত আছে। হৰমীতে যোৱা কেইখনমান প্ৰতিযোগিতাত ছেমি ফাইনেল, কোৱাৰ্টাৰ ফাইনেল খেলিছে। আনহাতে শৰৎ আৰু সত্যেনে তেনেধৰণৰ খেল খেলা নাই ৷ বিশ্ব ৰেংকিঙত শৰৎ ৬৯ আৰু সত্যেন ৮৮ নম্বৰ স্থানত আছে। কিন্তু এছিয়ান গেমছত একক খেল খেলিবলৈ তেওঁলোকক বাচনি কৰা  হৈছে। যোৱা সপ্তাহত আলটিমেট টেবুল টেনিছ লীগত হৰমীতে সত্যেনক ৩-০ ছেটত পৰাস্ত কৰিছিল।

 

গতিকে হৰমীতক বাদ দি শৰৎ আৰু সত্যেনক কিয় এছিয়ান গেমছলৈ প্ৰেৰণ কৰা হৈছে? দৰাচলতে এছিয়ান গেমছৰ দলটো নিৰ্বাচিত হোৱাৰ সময়ত হৰমীত বিশ্ব ৰেংকিঙত পিছ পৰি আছিল। তেওঁৰ স্থান আছিল ৭১ নম্বৰ। তেওঁতকৈ  আগত আছিল শৰৎ  (৫৪) আৰু সত্যেন (৬০)। টেবুল টেনিছ ফেডাৰেচনৰ নিয়ম অনুসৰি এছিয়ান গেমছৰ দল নিৰ্বাচনত ঘৰুৱা প্ৰদৰ্শনৰ  ৫০ শতাংশ, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শন ৪০ শতাংশ আৰু নিৰ্বাচকৰ সিদ্ধান্তৰ  ১০ শতাংশ পইন্ট বিবেচনা কৰা হয় ।

 

যোৱা এছিয়ান গেমছত হৰমীত, শৰৎআৰু সত্যেনৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ৬০ বছৰৰ পাছত ভাৰতে এছিয়ান গেমছত টেবুল টেনিছত পদক অৰ্জন কৰে।

Previous Post

‘নমামি গংগা’ প্ৰকল্পত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, বিদ্যুৎস্পৃষ্ট হৈ কমেও ১৫ জন লোকৰ মৃত্যু

Next Post

বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত হৈছে- সম্বলপুৰত নিৰ্মাণ হ’ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি মন্ত্রী বিমল বড়া

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত হৈছে- সম্বলপুৰত নিৰ্মাণ হ’ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি মন্ত্রী বিমল বড়া

বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত হৈছে- সম্বলপুৰত নিৰ্মাণ হ'ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি মন্ত্রী বিমল বড়া

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7