VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টেষ্টত প্ৰথম ‘মেন অৱ দ্য মেচ’ বঁটা, কাক কৃতিত্ব দিলে চিৰাজে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2023
in ক্ৰীড়া
টেষ্টত প্ৰথম ‘মেন অৱ দ্য মেচ’ বঁটা,  কাক কৃতিত্ব দিলে চিৰাজে ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

 

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত মহম্মদ চিৰাজে মেন অৱ দ্য মেচ খিতাপ লাভ কৰে । ভাৰতীয় পেচাৰগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ৫টা উইকেট দখল কৰে। তেওঁ টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে মেন অৱ দ্য মেচ খিতাপ লাভ কৰে ৷ অৱশ্যে ছিৰাজে নিজৰ বঁটাৰ কৃতিত্ব নিজে লোৱা নাই। তেওঁ দলৰ অধিনায়ক ৰোহিত শৰ্মাক ক্ৰেডিট দিছে এই কৃতিত্বৰ ।

 

ছিৰাজৰ কয় যে  অধিনায়কজনে  কৰা পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰিছিল তেওঁ । ছিৰাজে কয়, ‘টেষ্টত এয়া মোৰ প্ৰথম মেন অৱ দ্য মেচৰ বঁটা। গতিকে নিশ্চিতভাৱে এটা বিশেষ মুহূৰ্ত। উইকেটত পেচাৰৰ কোনো সুবিধা নাছিল। গতিকে এই উইকেটত ভাল বলিং কৰিবলৈ সক্ষম হোৱাৰ পিছত আত্মবিশ্বাস বহু পৰিমাণে বাঢ়ি গ’ল। মোৰ এটা নিৰ্দিষ্ট পৰিকল্পনা আছিল। ৰোহিতে তেওঁক বিশ্বাস কৰিছিল। মোৰ পৰিকল্পনা অনুসৰি ফিল্ডিঙৰ ব্যৱস্থা কৰিছিল। ৰোহিতে মোক সম্পূৰ্ণ স্বাধীনতা দিলে। গতিকে এই সফলতাৰ কৃতিত্ব ৰোহিতৰ।“

 

লগতে ৰোহিত শর্মাইও ছিৰাজৰ বলিঙৰ প্ৰশংসা কৰে। ভাৰতৰ অধিনায়কজনে কয়, ‘প্ৰথম ইনিংছত ছিৰাজে বহুত ভাল বলিং কৰিছিল। পেচাৰসকলে উইকেটৰ পৰা কোনো সহায় লাভ কৰা নাছিল।  সেই সময়ত ৫টা উইকেট লোৱা মুখৰ কথা নহয়। লগতে আমাৰ বলিং বিভাগৰ নেতৃত্ব দিছিল। ছিৰাজৰ বলিং দেখি মই বৰ আনন্দিত হৈছো।‘

 

প্ৰথমে বেটিং কৰি ভাৰতে দ্বিতীয় টেষ্টত ৪৩৮ ৰান সংগ্ৰহ কৰে। ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেলত শতক অৰ্জন কৰে বিৰাট কোহলীয়ে। ৰোহিতৰ পৰা আহে ৮০ ৰান। ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত ২২৯ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ভাৰতে মাত্ৰ ২৪ অভাৰত ২ উইকেটত ১৮১ ৰান ঘোষণা কৰে। ৱেষ্ট ইণ্ডিজৰ লক্ষ্য আছিল ৩৬৫ ৰান। চতুৰ্থ দিনৰ শেষত তেওঁলোকে ২ উইকেটত ৭৬ ৰান সংগ্ৰহ কৰে। পঞ্চম দিনা বৰষুণৰ বাবে খেল অনুষ্ঠিত নহ’ল ৷ অধিনায়ক দুজনৰ সৈতে কথা পতাৰ অন্তত আম্পায়াৰসকলে খেলখন ড্ৰ’ ঘোষণা কৰে। ২০২৩-২৫ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ শৃংখলাৰ প্ৰথমখন খেলত জয়লাভ কৰি ভাৰতে সম্পূৰ্ণ ১২ পইণ্ট লাভ কৰে। কিন্তু দ্বিতীয়খন টেষ্ট ড্ৰ’ হোৱাৰ বাবে দুয়োটা দলে ৪ পইণ্ট লাভ কৰে। ফলত ভাৰতৰ পইণ্ট ১৬। আনহাতে ৱেষ্ট ইণ্ডিজৰ পইণ্ট ৪।

Previous Post

ইণ্ডিয়ান মুজাহিদীন- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগেৰে বিৰোধী ‘ইণ্ডিয়া’ক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

Next Post

হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, উত্তৰ প্ৰদেশতো জলপৃষ্ঠ বৃদ্ধিৰ বাবে শংকা

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, উত্তৰ প্ৰদেশতো জলপৃষ্ঠ বৃদ্ধিৰ বাবে শংকা

হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, উত্তৰ প্ৰদেশতো জলপৃষ্ঠ বৃদ্ধিৰ বাবে শংকা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7