VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

জয়ী হ’ব কোন?

আজি ডিচি আৰু এছআৰএইচৰ মাজত অনুষ্ঠিত হ'ব আই ই পি এল ২০২২ৰ ৫০তম মেচ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 5, 2022
in ক্ৰীড়া
জয়ী হ’ব কোন?
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আজি দিল্লী কেপিটেলছে ব্ৰেবোৰ্ণ ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে খেলিবলৈ সাজু হৈছে আই পি এল ২০২২ ৰ  ৫০তম মেচ । কেন উইলিয়ামছনৰ নেতৃত্বত দলটোৱে তেওঁলোকৰ আগৰ খেলখনত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ মুখামুখি হৈছিল । আই  পি এল ২০২২ৰ ৯ খন খেলৰ পাঁচখনত  জয়লাভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ বৰ্তমান ১০ পইণ্টৰ সৈতে  তালিকাৰ চতুৰ্থ স্থানত আছে।

আনহাতে, দিল্লী কেপিটেলছে লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ বিৰুদ্ধে  খেলত পৰাজিত হয় আৰু তেওঁলোকে বৰ্তমান ৯খন খেলৰ চাৰিখনত জয়লাভ কৰি  তালিকাৰ সপ্তম স্থানত আছে।

ব্ৰেবোৰ্ণ ষ্টেডিয়ামত আগৰ খেলখনত দেখা গৈছিল যে ই নিশ্চিতভাৱে বেটিং কৰিবলৈ এটা ভাল পিটছ।

আজিৰ ডিচি বনাম এছআৰএইচৰ  সম্ভাৱ্য খেলুৱৈসকল হ’ল-

দিল্লী কেপিটেলছ-

পৃথ্বী শ্ব, ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্শ, ঋষভ পন্ত (গ আৰু ৱিকে), ললিত যাদৱ, ৰোভমেন পাৱেল, অক্সাৰ পেটেল, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, মুস্তাফিজুৰ ৰহমান, চেতন চাক্ৰিয়া ৷

আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ সকল হ’ল –

অভিষেক শৰ্মা, কেন উইলিয়ামচন (গ), ৰাহুল ত্ৰিপাঠী, এডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ (ৱিকে), শশাংক সিং, জগদীশা সুচিথ, মাৰ্কো জানচেন, ভুৱনেশ্বৰ কুমাৰ, উমৰণ মালিক, টি নটৰাজন ৷

এতিয়া সময়েহে জানিব কোন জয়ী হ’ব আই পি এল ২০২২ৰ ৫০তম মেচ খনত ৷

 

 

Previous Post

সম্প্ৰতি নতুন দল গঠন নকৰি বিহাৰত ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰিবলৈ কিয় সিদ্ধান্ত লৈছে প্ৰশান্ত কিশোৰে !!

Next Post

গাভৰু বিহু বা জেং বিহু

Related Posts

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
এ বি ডি ভিলিয়ৰ্ছ  উভতি আহিছে নেকি  আৰ চি বিলৈ ?
ক্ৰীড়া

এ বি ডি ভিলিয়ৰ্ছ উভতি আহিছে নেকি আৰ চি বিলৈ ?

May 11, 2022
ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত  ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে
ক্ৰীড়া

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

May 10, 2022
‘আই পি এল২০২২’ৰ  ৫৫ তম মেচত   চেন্নাই চুপাৰ কিংছৰ বিজয়
ক্ৰীড়া

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

May 9, 2022
Next Post
গাভৰু বিহু বা জেং বিহু

গাভৰু বিহু বা জেং বিহু

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7