VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মহিলা বিশ্বকাপ ২০২২;১১০ ৰাণত বাংলাদেশক পৰাস্ত কৰি ভাৰতৰ বিজয়

বৃদ্ধি ছেমিফাইনেলৰ আশা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 22, 2022
in ক্ৰীড়া
মহিলা বিশ্বকাপ ২০২২;১১০ ৰাণত বাংলাদেশক পৰাস্ত কৰি ভাৰতৰ বিজয়
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ খেলখনত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ভাৰতে ৫০ অভাৰত ২২৯/৭ ৰাণ সংগ্ৰহ কৰে। খেলখনত ৫০ ৰাণ কৰা য়াষ্টিকা ভাটিয়াই শীৰ্ষস্থানৰ ৰাণ সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে লেহেমীয়া আৰম্ভণি কৰে আৰু নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে। তেওঁলোকে ৩৮ অভাৰৰ পিছত ১০৭/৯ ৰাণত বেটিং কৰি আছে। ইফালে, মিতালী ৰাজে প্ৰথমটো বলতে আউট হৈ খেলখন আগুৱাই নিয়াত ব্যৰ্থ হয়। শফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই দলটোক এটা নিখুঁত আৰম্ভণি দিয়ে আৰু উদ্বোধনী উইকেটৰ বাবে ৭৪ ৰাণ আগবঢ়াই ৷  অৱশ্যে, বাংলাদেশেও সুন্দৰ খেল প্ৰদৰ্শন কৰি তিনিটা উইকেট দখল কৰিছিল। হৰমনপ্ৰীত কৌৰেও ১৪(৩৩)ত ৰাণ আউট হোৱাৰ বাবে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ ব্যৰ্থ হৈছিল।

ইয়াৰ পিছত যশতিকা ভাটিয়া আৰু ৰিচা ঘোষে  যুটীয়া ভাৱে ৫০-তকৈ অধিকৰাণ সংগ্ৰহ কৰে আৰু ২৬ ৰাণত কেচ-বিহাইণ্ড হয় ৰিচা ঘোষ। স্নেহ ৰাণা আৰু পূজা বস্ত্ৰকাৰে  একেলগে ৪৮ ৰাণ সংগ্ৰহ  কৰি মুঠ ৰাণ সংগ্ৰহ কৰাত দলটোক সহায় কৰে। অৱশ্যে ভাৰতে এতিয়ালৈকে দুখন খেলহে জিকিবলৈ সক্ষম হৈছে আৰু তিনিখনত পৰাজিত হৈছে।  বাংলাদেশৰ বিৰুদ্ধে এক জটিল স্থানত আছে ভাৰতীয় দলটো৷ প্ৰতিযোগিতাখনত নিজৰ স্থিতি বাহাল ৰাখিবলৈ ভাৰতীয় দলটোৱে  বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অধিক মেচত জয় লাভ কৰিব লাগিব।

 

।

Previous Post

‘গাল্লি বয়’ ৰেপাৰ ধৰ্মেশ পাৰমাৰৰ মৃত্যু ;শোকস্তব্ধ অনুৰাগী

Next Post

ইন্ধনৰ মূল্য বৃদ্ধিক লৈ বিৰোধীৰ হুলস্থুল ,ৰাজ্যসভা স্থগিত

Related Posts

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক
ক্ৰীড়া

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:
ক্ৰীড়া

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:

May 27, 2022
‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’
ক্ৰীড়া

‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’

May 26, 2022
অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
Next Post
ইন্ধনৰ মূল্য বৃদ্ধিক লৈ বিৰোধীৰ হুলস্থুল ,ৰাজ্যসভা স্থগিত

ইন্ধনৰ মূল্য বৃদ্ধিক লৈ বিৰোধীৰ হুলস্থুল ,ৰাজ্যসভা স্থগিত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7