VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অভিলেখেৰে মহিলা বিশ্বকাপ ফুটবলৰ আৰম্ভণি ,নিউজিলেণ্ডৰ ঐতিহাসিক জয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 21, 2023
in ক্ৰীড়া
অভিলেখেৰে মহিলা বিশ্বকাপ ফুটবলৰ আৰম্ভণি ,নিউজিলেণ্ডৰ ঐতিহাসিক জয়
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

মহিলা বিশ্বকাপৰ প্ৰথম দিনাই নিউজিলেণ্ডত ইতিহাস ৰচনা  হয়। বৃহস্পতিবাৰে ইডেন পাৰ্কত নিউজিলেণ্ডে ১-০ গ’লত জয়লাভ কৰে। নৰৱেক তেওঁলোকে পৰাস্ত কৰে। বিশ্বকাপত নিউজিলেণ্ডৰ এয়া প্ৰথম জয়। সেই মেচখন উপভোগ কৰিছিল ৪২,১৩৭ জন দৰ্শকে। নিউজিলেণ্ডৰ ফুটবল ইতিহাসত কোনো এখন মেচৰ বাবে এইটোৱেই আটাইতকৈ বেছি উপস্থিতি। আনখন খেলতো আয়াৰলেণ্ডক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই জয়লাভ কৰে।

 

এইবাৰৰ মহিলা ফুটবল বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হৈছে। নিউজিলেণ্ডৰ সৰ্ববৃহৎ চহৰ অকলেণ্ডত বৃহস্পতিবাৰে পুৱা মেচ আৰম্ভ হোৱাৰ পূর্বে বন্দুকধাৰীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু হয়। প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন অকলেণ্ডত অনুষ্ঠিত হয়। সেই মেচত হান্না উইলকিনছনৰ গ’লেৰে নিউজিলেণ্ড মেচখনত জয়ী হৈছিল। সেই মেচখন চাবলৈ সেই দেশৰ প্ৰধানমন্ত্ৰী ক্ৰীছ হিপকিন্স উপস্থিত আচিল । খেল আৰম্ভ হোৱাৰ পূৰ্বে গুলীচালনাত   নিহত লোকসকলৰ বাবে এক মুহূৰ্ত মৌনতা অৱলম্বন কৰা হয়।

 

এই খেলখনৰ পূৰ্বে নিউজিলেণ্ডৰ মহিলা দলে বিশ্বকাপত ১৫খন খেল খেলিছিল। কিন্তু সেই মেচবোৰৰ এখনতো তেওঁলোকে জয়ী হোৱা নাছিল ৷ বিশ্বকাপত এয়া তেওঁলোকৰ প্ৰথম জয়। ৪২ হাজাৰৰো অধিক দৰ্শকে সেই জয় উপভোগ কৰিছিল। কোনো  ফুটবল খেল  চাবলৈ খেলপথাৰলৈ ইমান দৰ্শকৰ ভিৰ আগতে কেতিয়াও হোৱা নাছিল। নিউজিলেণ্ডে ২-০ গ’লত জয়লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু খেলখনৰ একেবাৰে শেষত ৰিয়া পাৰ্চিভিলে পেনাল্টি মিছ কৰে। অৱশ্যে মেচখনত জয়ী হ’বলৈ নিউজিলেণ্ডৰ কোনো অসুবিধা হোৱা নাছিল।

 

আনখন খেলত অষ্ট্ৰেলিয়াই ১-০ গ’লত জয়লাভ কৰে। সেই গ্ৰুপ বিৰ মেচখনত পেনাল্টি স্পটৰ পৰাই গ’ল দিছিল ষ্টেফানী কাটলীয়ে। মেলবৰ্ণত অনুষ্ঠিত হোৱা সেই খেলখন ৭৫,৭৮৪ জন লোকে উপভোগ কৰে ৷ শুকুৰবাৰে তিনিখন খেল অনুষ্ঠিত হ’ব। নাইজেৰিয়াই কানাডাৰ বিৰুদ্ধে, ফিলিপাইনছে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে আৰু স্পেইনৰ বিৰুদ্ধে কোষ্টা ৰিকাই খেলিব।

Previous Post

মণিপুৰ চম্ভালিবলৈ ম্যানমাৰক আবেদন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

Next Post

চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে  ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!

চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7