VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোনজন ক্ৰিকেটাৰক টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিব লাগে বুলি ক’লে যুৱৰাজ সিঙে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 28, 2022
in ক্ৰীড়া
কোনজন ক্ৰিকেটাৰক টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিব লাগে বুলি ক’লে যুৱৰাজ সিঙে?
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

বিৰাট কোহলীয়ে ভাৰতীয়  টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ পাছতে  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰোহিত শৰ্মাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে ৷  পেচাৰ জচপ্ৰীত বুমৰাহক উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷  কিন্তু ভাৰতৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙৰ মতে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ পদত অধিষ্ঠিত কৰিব লাগে আন এজন ক্ৰিকেটাৰকহে  ৷ তেওঁ  অনুভৱ কৰে যে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে ঋষভ পণ্টক ভাৰতৰ পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া উচিত। সংবাদ মাধ্যমেৰে মত বিনিময় কৰি  তেওঁ কয় যে পৰৱর্তী দায়িত্বৰ বাবে কাৰোবাক সাজু কৰিবই লাগিব। তেওঁ লগতে কয় “উইকেট কীপাৰসকল সদায়ে এজন ভাল চিন্তাবিদ ৷  কিয়নো তেওঁৰ সদায়ে খেলপথাৰৰ ওপৰত অধিক অভিজ্ঞতা থাকে ৷ আপুনি ভৱিষ্যতৰ অধিনায়ক হ’ব পৰা এজন যুৱক বাছনি কৰি তেওঁক সময় দিব লাগিব ৷প্ৰথম ছয় মাহ বা এবছৰত অলৌকিক প্ৰদর্শন আশা নকৰিব। মই অনুভৱ কৰোঁ যে ইয়াৰ বাবে আপুনি যুৱ খেলুৱৈসকলৰ ওপৰত বিশ্বাস কৰিব লাগিব।“

২০১১ চনৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে পণ্টৰ পৰিপক্কতাক প্ৰশংসা কৰে  ৷  তেওঁক “টেষ্ট দল নেতৃত্ব দিয়াৰ বাবে সঠিক ব্যক্তি” বুলি অভিহিত কৰে যুৱৰাজে ৷ তেওঁ কয় -“মই সেই বয়সত অপৰিপক্ক আছিলোঁ, বিৰাট সেই বয়সত অধিনায়ক হৈ থাকোতে অপৰিপক্ক আছিল। কিন্তু পণ্ট সময়ৰ সৈতে পৰিপক্ক হৈ উঠিছে ৷ মই নাজানো সতীর্থসকলে এই বিষয়ে কেনেদৰে চিন্তা কৰে, কিন্তু মই ভাবো তেওঁ টেষ্ট দলৰ নেতৃত্ব দিয়াৰ বাবে সঠিক ব্যক্তি ৷”২০১৮ চনত টেষ্ট অভিষেকৰ পিছত পণ্টে ৩০খন টেষ্টত অংশগ্ৰহণ কৰিছে ৷ সৰ্বাধিক ১৫৯ ৰাণৰ সৈতে তেওঁ সংগ্ৰহ কৰিছে  ১৯২০ ৰাণ ৷

Previous Post

৪৫ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিব তাপমাত্ৰাই, কোন ৫ ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ !!

Next Post

নাছাৰ অত্যাধুনিক হেলিকপ্টাৰে মঙ্গল গ্ৰহত প্ৰতক্ষ কৰিলে ‘আন জগতৰ’ ধ্বংসাৱশেষ

Related Posts

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
আই পি এলত শুভমনে ৰচিলে এই পাচঁ খ্যাতি, অতিক্ৰম কৰিলে বিখ্যাত ক্ৰিকেটাৰক
ক্ৰীড়া

আই পি এলত শুভমনে ৰচিলে এই পাচঁ খ্যাতি, অতিক্ৰম কৰিলে বিখ্যাত ক্ৰিকেটাৰক

May 27, 2023
পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ
ক্ৰীড়া

পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

May 26, 2023
বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়
ক্ৰীড়া

বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়

May 25, 2023
Next Post
নাছাৰ  অত্যাধুনিক হেলিকপ্টাৰে মঙ্গল গ্ৰহত প্ৰতক্ষ কৰিলে  ‘আন জগতৰ’ ধ্বংসাৱশেষ

নাছাৰ অত্যাধুনিক হেলিকপ্টাৰে মঙ্গল গ্ৰহত প্ৰতক্ষ কৰিলে 'আন জগতৰ' ধ্বংসাৱশেষ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7