VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
July 2, 2022
in মুখ্য সংবাদ
নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাত শুক্ৰবাৰে “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” নামৰে যোগ,প্ৰাণায়ম আৰু প্ৰাকৃতিক চিকিৎসাৰ অনুষ্ঠান এটি মুকলি কৰা হয় । এই উপলক্ষে খালৈগাঁৱৰ চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কেন্দ্ৰটিৰ শুভাৰম্ভণি উপলক্ষে সমাজকৰ্মী শিৱজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা,আন্তঃৰাষ্ট্ৰীয় যোগ ৰেফাৰী,অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা,অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষয়িত্ৰী লিলি সন্দিকৈ, কাকমাৰী গাঁও পঞ্চায়তৰ সভাপতি লক্ষ্যজ্যোতি হাজৰিকা,কাকমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰমানন্দ গোস্বামী,প্ৰধান শিক্ষয়িত্ৰী মীনা মহন্ত,হাতীচোং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নেকিবুৰ ৰহমান আদিয়ে সাম্প্ৰতিক সময়ত যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত বক্তব্য ৰাখে।যোগ প্ৰশিক্ষক বিমানৰঞ্জন মেধি আৰু ৰুমি হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠিছে এই যোগ কেন্দ্ৰটি । “আলিবাট প্ৰকাশন”ৰ স্বত্বাধিকাৰী প্ৰাজ্ঞল কুমাৰ মহন্তই সামগ্ৰিক আঁত ধৰা সভাখনিত বিশিষ্ট কবি কেশৱ বৰা,অৱসৰপ্ৰাপ্ত অভিযন্তা বিষ্ণু বৰা,ৰাষ্ট্ৰীয় যোগ বিচাৰক বিচিত্ৰৰঞ্জন বৰা,সংবাদকৰ্মী প্ৰিয়ংকা দেৱী,সমাজ সংগঠক মহীন্দ্ৰ মহন্ত,টিকেন মেধি,শিৱ প্ৰসাদ মহন্ত,চন্দ্ৰ শৰ্মা,বকুল মহন্ত, দিপু ডেকা আদি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । সভাখনত ক্ষিৰোদ মহন্তই গীত পৰিবেশনে উপস্থিত সকলোকে আপ্লুতকৰে । উল্লেখ্য যে,খালৈগাঁৱৰ অঞ্চলবাসী উপকৃত হ’ব পৰাকৈ এই যোগ কেন্দ্ৰটো স্থাপন কৰাৰ বাবে গ্ৰামাঞ্চলটোৰ ৰাইজে উদ্যোক্তাসকলক প্ৰশংসা কৰিছে।

Previous Post

‘২ দিন আৰু ১২ ঘন্টা’লৈকে ডিলিট কৰিব পাৰিব মেছেজ—-হোৱাটছএপত সংযোজন নতুন সুবিধা

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7