VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ বঢ়মপুৰত আজাদী কি অমৃত মহোৎসৱৰ বাবে ১৩হাজাৰ পতাকাৰ লক্ষ্য আত্মসহায়ক গোটৰ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 3, 2022
in মুখ্য সংবাদ
নগাঁৱৰ বঢ়মপুৰত আজাদী কি অমৃত মহোৎসৱৰ বাবে ১৩হাজাৰ পতাকাৰ লক্ষ্য আত্মসহায়ক গোটৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কি অমৃত মহোৎসৱ আৰু আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে । কেন্দ্ৰীয় চৰকাৰে আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে বিভিন্ন ধৰণৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰিছে । তদুপলক্ষে সমাগত স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ চৰকাৰে আহ্বান জনাইছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১৩ আগষ্টৰ পৰাই পদূলিয়ে পদূলিয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাইছে ।

ইয়াৰ অংশ ৰূপে নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ মুঠ ১১টা পঞ্চায়ত এলেকাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত প্ৰতিটো মণ্ডল সংগঠনৰ মহিলাসকলে প্ৰতিটো পঞ্চায়তৰ অঞ্চলসমূহৰ ১৩ হাজাৰ লোকৰ ঘৰে ঘৰে গৈ ত্ৰিৰংগ পতাকা তুলি দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ চাৰিটাকৈ মণ্ডল সংগঠনৰ তৎপৰতাত গ্ৰাম্য সংগঠনৰ মহিলা আত্মসহায়ক গোটৰ এই সকল মহিলাই সৰু-বৰ ত্ৰিৰংগ পতাকা তৈয়াৰ কৰি অতি কম মূল্যত অঞ্চলটোত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা প্ৰতিটো পৰিয়ালক তুলি দিয়াৰ লগতে সহজতে ত্ৰিৰংগ পতাকা গাঁৱৰ ৰাইজে ক্ৰয় কৰিব পাৰে তাৰ বাবে ১১খন বিপনী খুলি ত্ৰিৰংগ পতাকা বিক্ৰীৰ ব্যৱস্থা লৈছে ।

আনহাতে অঞ্চলবোৰৰ শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যৱসায়িক প্ৰতিষ্ঠানত অতি কম মূল্যত ত্ৰিৰংগ পতাকা দিয়াৰ ব্যৱস্থা লৈছে । এই সন্দৰ্ভত খণ্ড সমন্বয়ক মধুমিতা দে’য়ে সংবাদ মাধ্যমক জনোৱা মতে স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাক লৈ আমি আনন্দিত । চৰকাৰৰ নিৰ্দেশমৰ্মে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক যি দায়িত্ব অৰ্পণ কৰিছে সেই অনুসৰি গ্ৰামাঞ্চলত কম মূল্যত সহজতে কম মূল্যত প্ৰতিটো পৰিয়ালে ত্ৰিৰংগ পতাকা লাভ কৰিব পাৰে তাৰ বাবে আমি বিক্ৰীৰ বাবে বঢ়মপুৰ উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তত ১১খন বিপনী খুলিছোঁ ।

গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক চন্দন বৰবৰা আৰু খণ্ড সমন্বয়ক বিষ্ণু কোঁৱৰে কয় যে “হৰ ঘৰ ত্ৰিৰংগা” এই শ্ল’গানেৰে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে গাঁৱে গাঁৱে এই কেইদিন সজাগতা অনাৰ লগতে প্ৰতিটো পৰিয়ালক ত্ৰিৰংগ পতাকা কম মূল্যত তুলি দিব ।

Previous Post

ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে সোণৰ মূল্য

Next Post

এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে

এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7