VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

পূৱ মঙলদৈৰ ওন্দোলাঝাৰত নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত আলোচনাচক্র সম্পন্ন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2022
in মুখ্য সংবাদ
পূৱ মঙলদৈৰ ওন্দোলাঝাৰত নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত আলোচনাচক্র সম্পন্ন
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৯ মাৰ্চ : আজি দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অধীনৰ “ওন্দোলাঝাৰ বহুমূখী মহিলা সমিতি” ভৱনত “আজান হেলথ কেয়াৰ চোচাইটি, অসম” ৰ উদ্যোগত আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত “নাৰী স্বাৱলম্বী কি দৰে হ’ব পাৰি” তাৰেই ওপৰত এখনি মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয়।

ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই সভা উদ্বোধন কৰি কয়- বিশ্বৰ একাংশ দেশত এতিয়া ক্ষুধাতুৰ- ভোকাতুৰ মানুহৰ সংখ্যা বাঢ়িছে। বৰ পৰিতাপৰ বিষয় হৈ পৰিছে। আৰ্থিক দৈন্যতাই কোঙা কৰিছে। আজিৰ আভিজাত্য সমাজত নিজৰ পিতা-মাতাক চাবলৈ একাংশ সন্তানৰ সময় নাই।” পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গৱেষণা বিভাগৰ বিষয়া ডা: বিজুজ জাহান চালেহা বেগমে মুখ্য অতিথিৰ ভাষণত কয়- নাৰী শিক্ষিত হ’ব লাগে।

নাৰী শিক্ষিত হ’লে দহজনক তেওঁলোকে জ্ঞান বিলাব পাৰে। নাৰীৰ অন্তৰত অনেক শক্তি পুঞ্জিভূত হৈ আছে। এই শক্তি পৰিয়ালৰ মাজত, সমাজত বিলাই সমাজ সংস্কাৰ কৰিব পাৰে। “বহুভাষিক সাহিত্য মঞ্চ, অসম” ৰ প্ৰধান সম্পাদক, সাংবাদিক, কবি, লেখক দীপক শৰ্মাই কয়- নাৰীয়ে নোৱৰা কাম একো নাই। হাঁহ-কুকুৰা, মুৰ্গী-পাৰ চৰাই, গৰু-ছাগলী পুহি আৰ্থিক দিশত টনকিয়াল কৰিব পাৰে। সৌ তাহানিৰ পৰা আজিৰ বৈজ্ঞানিক পদ্ধতিৰ যুগলৈ নাৰীৰ অপাৰ শক্তিৰে সমগ্র টনকিয়াল কৰিছে।

” পূৱ মঙলদৈ ব্লকৰ খণ্ড সমন্বয়ক পৰিস্মিতা নাথ, ওন্দোলাঝাৰ এম ই স্কুলৰ প্ৰাক্তন শিক্ষক নাছিৰুদ্দিন আহমেদ, সমাজসেৱক জমছেদ আলীয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে। সভাত আৰিফা বেগম(চিলা), আছমা বেগম, হাফিজা খাটুন, আনোৱাৰা বেগমে সমজুৱাৰ ফালৰ পৰা বক্তব্য দাঙি ধৰে।

Previous Post

১৪ গৰাকী প্ৰধানমন্ত্ৰীলৈ স্বীকৃতি , দিল্লীত মুকলি হ’ব নতুন সংগ্ৰহালয়

Next Post

দহলাপাৰাত শিক্ষাবিদ উত্তৰাৰাম দাসৰ স্মৃতিচাৰণ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
দহলাপাৰাত শিক্ষাবিদ উত্তৰাৰাম দাসৰ স্মৃতিচাৰণ

দহলাপাৰাত শিক্ষাবিদ উত্তৰাৰাম দাসৰ স্মৃতিচাৰণ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7