VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পশ্চিমবংগত শোকাৱহ ঘটনা, ডিজে চিষ্টেম চলাবলৈ লগোৱা জেনেৰেটৰৰ পৰা বিদ্যুৎস্পৃষ্ট বাহন, নিহত ১০ জন লোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in মুখ্য সংবাদ
পশ্চিমবংগত শোকাৱহ ঘটনা, ডিজে চিষ্টেম চলাবলৈ লগোৱা জেনেৰেটৰৰ পৰা বিদ্যুৎস্পৃষ্ট বাহন, নিহত ১০ জন লোক
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগত  সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিদ্যুৎস্পৃষ্ট  হৈ কৰুণ মৃত্যুক সাৱটি লয় ১০ জন লোকে ৷  এই ঘটনা সংঘটিত হৈছে কোচবিহাৰত ৷ দেওবাৰে নিশা জলপেশলৈ গৈ থকা অৱস্থাত এখন  পিকআপ ভ্যান বিদ্যুৎস্পৃষ্ট হোৱাত ১০ জন যাত্ৰীৰ মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে যাত্ৰী সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাটোত সামান্য আঘাত পোৱাৰ বাবে ভ্যানখনত থকা ২৭ জনৰ ভিতৰত ১৬ জন লোকক চিকিৎসাৰ বাবে জলপাইগুৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ মতে, ভেনখনত  ডিজে চিষ্টেমৰ  বাবে লগোৱা জেনেৰেটৰৰ তাঁৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে।

 

মতাভঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত বৰ্মাই কয়-“আজি নিশা প্ৰায় ১২ বজাত মেখলীগঞ্জ পি এছৰ অন্তৰ্গত ধৰ্লা দলঙত এটা ঘটনা সংঘটিত হয়  ৷ য’ত জলপেশলৈ গৈ থকা যাত্ৰী কঢ়িয়াই অনা এখন পিক আপ ভ্যানত বিদ্যুৎস্পৃষ্ট হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে গাড়ীৰ পিছফালে লগোৱা জেনেৰেটৰৰ (ডি জে চিষ্টেম) তাঁৰৰ বাবেই দুর্ঘটনাতো সংঘটিত হৈছে ৷ “তেওঁ জনোৱা মতে, আটাইকেইজন যাত্ৰী সীতালকুছি এলেকাৰ ৷ বাহনখন  আৰক্ষীয়ে জব্দ কৰিছে যদিও চালকজনে পলায়ন কৰে । ঘটনাস্থলীত  জ্যেষ্ঠ বিষয়া উপস্থিত হৈছে ৷  বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে ৷

Previous Post

ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

Next Post

এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ

এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ'ব নতুন মুখ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7