VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাবালকসহ ১০ জনক উদ্ধাৰ অসম আৰক্ষীৰঃ অসমৰ পৰা অৰুণাচললৈ কৰা হৈছিল সৰবৰাহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 7, 2023
in মুখ্য সংবাদ
নাবালকসহ ১০ জনক উদ্ধাৰ অসম আৰক্ষীৰঃ অসমৰ পৰা অৰুণাচললৈ কৰা হৈছিল সৰবৰাহ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে  যোৱা মঙলবাৰে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি  জিলাৰ পৰা ৮ জন নাবালকসহ মুঠ ১০ জন লোকক উদ্ধাৰ কৰে ৷সৰবৰাহ কৰা নাবালক কেইগৰাকীৰ চুবুৰীয়া এজাহাৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷  এই অভিযোগৰ পিছতে ডুমডুমা আৰক্ষীয়ে অসমৰ সীমান্ত জিলাৰ তালাপ আৰক্ষী আউটপোষ্টৰ বিষয়াসকলৰ সহযোগত তদন্ত আৰম্ভ কৰিছিল ৷ ৮ গৰাকী নাবালকক অসমৰ পৰা অৰুণাচললৈ সৰবৰাহ কৰাত সহায় কৰা দুজন দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ জালত পৰা লোক দুজন হৈছে উত্তৰ লখিমপুৰ জিলাৰ নিবাসী ২৬ বছৰীয়া দীপ জ্যোতি গগৈ আৰু তিনিচুকীয়া জিলাৰ ৩০ বছৰীয়া  দীপক কৰ্মকাৰ ৷

তিনিচুকীয়া আৰক্ষীয়ে এই লোকদুজনৰ বিৰুদ্ধে বিৰুদ্ধে আই পি চিৰ  ৩৭০ (কোনো ব্যক্তিক দাস হিচাপে ক্ৰয়)ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ৷তদন্তৰ সময়ত  লাভ কৰা তথ্য অনুসৰি সৰবৰাহকাৰীৰ কবলত পৰা নাবালক কেইগৰাকী চাহ বাগিচা অঞ্চলৰ নিবাসী ৷ ১০ গৰাকীকে  ধনৰ বিনিময়ত পিতৃ-মাতৃয়ে মধ্যভোগী দুজনৰ হাতত গতাই দিছিল ।

সংবাদ মাধ্যমৰ সন্মুখত  তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে কয়, ‘ধৃত দুই দালালে শিশুসকলৰ পৰিয়ালৰ কাষ চাপি ভাল চাকৰি আৰু ধনৰ প্ৰস্তাৱ দি প্ৰলোভিত কৰিছিল। অভিভাৱকসকলক তেওঁলোকৰ সন্তানক তেওঁলোকৰ হাতত গতাই দিবলৈ পতিয়ন নিয়াইছিল। অভিযুক্তই অভিভাৱকক কিমান টকা দিছিল সেই কথা প্ৰকাশ কৰা নাই।”

ইয়াৰ পিছতে অভিযুক্তই অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি জিলালৈ লৈ গৈ এটা অসাধু চক্ৰক বিক্ৰী কৰে । ইয়াৰ পিছতে তেওঁলোকক ধনী পৰিয়ালক ঘৰুৱা সহায়ক হিচাপে বিক্ৰী কৰি দিয়া হয় ৷  উল্লেখ্য যে অৰুণাচল প্ৰদেশত বিক্ৰী কৰা বুলি দুই দালালে জেৰাত স্বীকাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে নাচো আৰক্ষীৰ সৈতে যোগাযোগ কৰি ভুক্তভোগীক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক কিছুদিনৰ বাবে  শিশু যত্ন গৃহত ৰাখি উপযুক্ত কাউন্সেলিঙৰ পিছত নিজ নিজ পৰিয়ালক গতাই দিয়া হয়।

উল্লেখ্য যে  ৰাজ্যখনৰ শোণিতপুৰ, লখিমপুৰ,তিনিচুকীয়া, ডিব্ৰুগড়,  বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰকে ধৰি বহুকেইখন জিলাত শিশু সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৮১ টা শিশু সৰবৰাহ হোৱাৰ বিপৰীতে গুৱাহাটীৰ পৰা সৰ্বাধিক ৭৭ টা শিশু সৰবৰাহ হৈছে। আনহাতে, এই সময়ছোৱাত লখিমপুৰৰ পৰা ৫৯টা, ওদালগুৰিৰ ৪৪টা, শোণিতপুৰৰ পৰা  ৪৩টা, মৰিগাঁৱৰ পৰা ৩৬টা আৰু কোকৰাঝাৰ জিলাৰ পৰা ৩১টা শিশু সৰবৰাহৰ গোচৰ ৰুজু হৈছে। মুঠ ৬২৫টা শিশুক উদ্ধাৰ কৰে ৰাজ্যৰ আৰক্ষী, চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) আৰু ৰাজ্য আৰক্ষী বাহিনীৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) মানৱ সৰবৰাহৰ বিৰোধী ইউনিটে।

 

Previous Post

শকত হ’ব বুলি ভাবি আঙুৰ খাবলৈ এৰিছে নেকি ?অপোনাৰ ধাৰণা ভুল প্ৰমাণিত কৰিলে গৱেষণাই

Next Post

ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িছে নেকি ? কোনটো পানীয়ত চুমুক দিলে বিষৰ পৰা পাব উপশম ?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িছে নেকি ? কোনটো পানীয়ত চুমুক দিলে বিষৰ পৰা পাব উপশম ?

ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িছে নেকি ? কোনটো পানীয়ত চুমুক দিলে বিষৰ পৰা পাব উপশম ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7