VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 6, 2022
in মুখ্য সংবাদ
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

সুৰা নিষিদ্ধ বিহাৰত  পুনৰ সংঘটিত হৈছে সুৰা ট্ৰেজেডী ৷ ৰাজ্যখনৰ ছাৰণ জিলাত বিষাক্ত সুৰা সেৱন কৰি এঘাৰজন লোকৰ মৃত্যু হোৱাৰ লগতে ১২জন গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৷ গুৰুতৰভাৱে অসুস্থ হৈ পৰা লোককেইজনৰ অধিকাংসই  চকুৰ  হেৰুৱাইছে দৃষ্টিশক্তি ৷ জিলা দণ্ডাধীশ ৰাজেশ মীনা আৰু আৰক্ষী অধীক্ষক সন্তোষ কুমাৰৰ মতে, বিষাক্ত সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ লগত জড়িত থকাৰ অভিযোগত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷  তদুপৰি  সংশ্লিষ্ট থানাৰ এজন আৰক্ষী আৰু স্থানীয় চৌকিদাৰক নিলম্বিত কৰা হৈছে।

মকৰ থানা এলেকাৰ ফুলৱাৰীয়া পঞ্চায়তৰ অন্তৰ্গত গাঁৱত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷  ঘটনাৰ পাছতে আৰক্ষী, আবকাৰী আৰু চিকিৎসা বিষয়াৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু অসুস্থ হৈ পৰা লোকসকলক সদৰ হাস্পতালত প্ৰেৰণ কৰে ৷  পাটনা মেডিকেল কলেজ এণ্ড হস্পিতালত চিকিৎসাধীন অৱস্থাত ৯ জনৰ মৃত্যু হয় ৷ তদুপৰি ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত এজনৰ  মৃত্যু হোৱাৰ লগতে প্ৰশাসনে ঘটনা সন্দৰ্ভত গম পোৱাৰ পূৰ্বেই আন এজনৰ  শেষকৃত্য সম্পন্ন কৰা হয় ৷

জানিব পৰা মতে শাওণ মাহৰ এটা উৎসৱত গাঁওসমূহত সুৰা সেৱনৰ পৰম্পৰা আছে। ৩ আগষ্টত অনুষ্ঠিত হোৱা এই উৎসৱত স্থানীয় লোকে বিষাক্ত সুৰা সেৱন কৰিছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

২০১৬ চনৰ এপ্ৰিল মাহত নীতিশ কুমাৰ চৰকাৰে বিহাৰত সুৰা বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল। তথাপিও যোৱা বছৰৰ নৱেম্বৰৰ পৰা ৰাজ্যখনত কেইবাটাও বিষাক্ত সুৰা  ট্ৰেজেডীৰ সংঘটিত হৈছে ৷  য’ত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

 

Previous Post

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

Next Post

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন

August 5, 2022
Next Post
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7