VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বেংক প্ৰৱঞ্চনাৰে ধন আত্মসাৎঃ দুই ব্যৱসায়ীৰ ৪১৫ কোটি টকাৰ সম্পত্তি জব্দ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 3, 2022
in মুখ্য সংবাদ
বেংক প্ৰৱঞ্চনাৰে ধন আত্মসাৎঃ দুই ব্যৱসায়ীৰ ৪১৫ কোটি টকাৰ সম্পত্তি জব্দ
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

দেশৰ সর্ববৃহৎ বেংক প্ৰৱঞ্চনা উণ্মোচিত হ’ল ইডিৰ তদন্তত ৷ দুই ব্যৱসায়ীৰ ৪১৫ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে তদন্তকাৰী সংস্থাটোৱে  ৷  ইডিয়ে জব্দ কৰিছে ব্যৱসায়ী সঞ্জয় ছাব্ৰিয়া আৰু  অবিনাশ ভোছালেৰ সম্পত্তি ৷ ইউনিয়ন বেংকৰ নেতৃত্বধীন  ১৭টা বেংকে  ৰেডিয়াছ ডেভেলপাৰ্ছৰ সঞ্জয় ছাব্ৰিয়া আৰু মেট্ৰ’পলিছ হোটেলৰ অবিনাশ ভোছালেই কৰা কৰা প্ৰৱঞ্চনাৰ বাবে ৩৪,০০০ কোটিতকৈ অধিক লোকচান ভৰিব লগীয়া হৈছিল  ৷ চিবিআইয়ে  যোৱা সপ্তাহত পুনেত অবিনাশ ভোছালেৰ বাসগৃহত অভিযান চলাই গেৰেজত লকুৱাই থোৱা এখন  হেলিকপ্টাৰ উদ্ধাৰ কৰিছিল।

আজি মুম্বাইৰ চান্টাক্ৰুজত  ১১৬.৫ কোটিৰ ভূমি, বেংগালুৰুত অৱস্থিত ১১৫ কোটিৰ লেণ্ড পাৰ্চেলত থকা মিষ্টাৰ ছাব্ৰিয়াৰ কোম্পানীৰ ২৫% ইকুইটি শ্বেয়াৰ, চান্টাক্ৰুজৰ  ৩ কোটি টকাৰ আন এটা ফ্লেট , দিল্লী বিমানবন্দৰৰ এখন হোটেলৰ পৰা  লাভ কৰা ১৩.৬৭ কোটি টকা আৰু ৩.১০ কোটি  মূল্যৰ তিনিখন বিলাসী গাড়ী জব্দ কৰা হয় ।

তদুপৰি, মুম্বাইৰ ১০২.৮ কোটি টকাৰ মূল্যৰ এটা ডুপ্লেক্স ফ্লেট , পুনেৰ  ১৪.৬৫ কোটি টকা আৰু  ২৯.২৪ কোটি  টকা মূল্যৰ মাটি , নাগপুৰৰ মূল্য  ১৫.৫২ কোটি  টকা মূল্যৰ মাটি আৰু নাগপুৰত  ১.৪৫ কোটি  টকা মূল্যৰ মাটি জব্দ কৰা হৈছে ৷

Previous Post

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

Next Post

স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান

স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7