VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইজিপ্তৰ লোহিত সাগৰত শ্বার্কৰ সন্ত্ৰাসঃ সাঁতুৰি থকা অৱস্থাতে শ্বার্কৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুই মহিলাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 4, 2022
in মুখ্য সংবাদ
ইজিপ্তৰ লোহিত সাগৰত শ্বার্কৰ সন্ত্ৰাসঃ সাঁতুৰি থকা অৱস্থাতে শ্বার্কৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুই মহিলাই
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

সাগৰীয়  উপকূলত অৱসৰ বিনোদনৰ বাবে  আহি ইজিপ্তত প্ৰাণ হেৰুৱালে দুগৰাকী মহিলাই ৷ ইজিপ্তৰ পৰিৱেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি চলিত সপ্তাহত ইজিপ্তৰ উপকূলত শ্বাৰ্কৰ আক্ৰমণত এগৰাকী অষ্ট্ৰিয়ান আৰু এগৰাকী ৰোমানিয়ান মহিলা নিহত হৈছে।লোহিত সাগৰৰ  দক্ষিণে থকা ছাহল হাছিছ অঞ্চলত সাঁতুৰি থকাৰ সময়ত  মহিলা দুগৰাকীক শ্বাৰ্কে আক্ৰমণ কৰে।ইয়াৰে এগৰাকী  ৬৮ বছৰীয়া মহিলা দেশখনৰ টাইৰল অঞ্চলৰ বাসিন্দা ৷  ইজিপ্তলৈ তেওঁ ফুৰিবলৈ আহিছিল ৷ লোহিত সাগৰৰ গৱৰ্ণৰ আমৰ হানাফীয়ে শুকুৰবাৰে অঞ্চলটো তিনিদিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছে ৷  অষ্ট্ৰিয়ান পৰ্যটক গৰাকীৰ বাওঁহাতখন শ্বার্কে ছিঙি পেলায় ৷

দেওবাৰে দেশখনৰ পৰিৱেশ মন্ত্ৰালয়ে জনোৱা মতে ইতিমধ্যে এই সমস্ত ঘটনাৰ অনুসন্ধানৰ বাবে  এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে ৷ উল্লেখ্য যে লোহিত সাগৰ এখন জনপ্ৰিয় পৰ্যটনস্থলী  য’ত শ্বার্কে বিচৰণ কৰাটো সাধাৰণ কথা  যদিও অনুমোদিত সীমাৰ ভিতৰত সাঁতুৰি থকা লোকক আক্ৰমণ কৰাটো খুব কমেইহে দেখা যায়।ইয়াৰ পূর্বে ২০১৮ চনত লোহিত সাগৰৰ পাৰত এজন চেক গণৰাজ্যৰ  পৰ্যটক শ্বাৰ্কৰ আক্ৰমণত  নিহত হৈছিল। একেধৰণৰ আক্ৰমণত ২০১৫ চনত এজন জাৰ্মান পৰ্যটকৰ মৃত্যু হৈছিল।

ইজিপ্তে বৰ্তমান মুদ্ৰাস্ফীতি আৰু মুদ্ৰাৰ দুৰ্বলতা দূৰ কৰি অর্থনীতি সবল কৰিবলৈ  সংগ্ৰাম কৰিবলগা হৈছে ৷ দেশখনে লোহিত সাগৰৰ পৰা পোৱা পৰ্যটন ৰাজহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ৷ ২০১১ চনৰ দেশখনত হোৱা  বিদ্ৰোহ আৰু তাৰ পাচত হোৱা অশান্তিৰ লগতে  ক’ৰোনা মহামাৰীৰ বাবে বিগত  এটা দশকত পৰ্যটন উদ্যোগ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷

Previous Post

” অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি হীৰুদা”

Next Post

তথ্যচিত্ৰ ‘কালী’ৰ পোষ্টাৰত চিগাৰেট খাই থকা ৰূপত মা কালী

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
তথ্যচিত্ৰ ‘কালী’ৰ পোষ্টাৰত  চিগাৰেট খাই থকা ৰূপত মা কালী

তথ্যচিত্ৰ ‘কালী’ৰ পোষ্টাৰত চিগাৰেট খাই থকা ৰূপত মা কালী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7