VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উৰণীয়া সেতুঁৰ ওপৰত জন্মদিন পালন কৰি জেলৰ ভাত খাবলগীয়া হ’ল ২১ জন লোকে , ক’ত ঘটিল এই ঘটনা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 29, 2022
in মুখ্য সংবাদ
উৰণীয়া সেতুঁৰ ওপৰত জন্মদিন পালন কৰি জেলৰ ভাত খাবলগীয়া হ’ল ২১ জন লোকে , ক’ত ঘটিল এই ঘটনা ?
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

সকলোৰে বাবে নিজৰ জন্মদিনটো এটা বিশেষ দিন ৷ ওপজা দিনটো সকলোৱে প্ৰিয়জনৰ লগত থাকি উপভোগ কৰিব বিচাৰে ৷ কোনোবাই যদি ঘৰৰ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে, আন কোনোবাই আকৌ আকর্ষণীয় স্থানলৈ গৈ উদযাপন কৰিব বিচাৰে নিজৰ ওপজা দিনটো ৷ অৱশ্যে ওপজা দিনটো ব্যতিক্ৰমীভাৱে পালন কৰিবলৈ গৈ বহুলোক বিপদত নপৰাও নহয় ৷ তেনে এক ঘটনাই সংঘটিত হ’ল দিল্লীত ৷ উৰনীয়া সেতুঁৰ ওপৰত জন্মদিন পালন কৰি জেলৰ ভাত খাবলগীয়া হ’ল ২১ জন লোকে ৷ ইন্দিৰাপুৰম আৰক্ষীয়ে জনোৱা মতে, উৰণীয়া সেতুঁখনত জন্মদিনৰ পাৰ্টি উদযাপন কৰি হুলস্থুলৰ সৃষ্টি কৰাৰ অভিযোগত ৮খন বিলাসী গাড়ীসহ ২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙলবাৰে মাজনিশা পূব দিল্লীৰ জগত পুৰীৰ বাসিন্দা অংশ কোহলী (২১)ৰ জন্মদিন উদযাপন কৰা হৈছিল বুলি জানিব পৰা গৈছে। গাড়ীৰ বনেটত কেক কাটিও উচ্চস্বৰে সংগীত বজাই অংশ আৰু তেওঁৰ বন্ধুমহলে অঞ্চলটোৰ পৰিস্থিতি বিনষ্ট কৰিছিল ৷

আৰক্ষীয়ে সদৰী কৰা অনুসৰি অভিযুক্তই নিজৰ গাড়ীখন উৰণীয়া সেতুঁৰ মাজতে ৰাখি  যান-বাহন চলাচলত বাধাৰ সৃষ্টি কৰিছিল। তেওঁলোকে আন পথচাৰীসকলক  গালি-গালাজ কৰিছিল বুলিও জানিব পৰা গৈছে ৷ ২১ জন অভিযুক্তৰ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Previous Post

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদর্শনীত সন্মান লাভ কৰা ‘ব্ৰিজ’ ছবিৰ কাইলৈ শুভমুক্তি

Next Post

শ্বুটিঙৰ মাত্ৰ পাঁচদিন পিছতে মৃত্যু ‘চেমখৰ’ত অভিনেত্ৰী আইমী বৰুৱাই কোলাত লোৱা তিনিমহীয়া শিশুটিৰ

Related Posts

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন
মুখ্য সংবাদ

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

December 8, 2023
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস
মুখ্য সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

December 8, 2023
Next Post
শ্বুটিঙৰ মাত্ৰ পাঁচদিন পিছতে মৃত্যু ‘চেমখৰ’ত অভিনেত্ৰী আইমী বৰুৱাই কোলাত লোৱা তিনিমহীয়া শিশুটিৰ

শ্বুটিঙৰ মাত্ৰ পাঁচদিন পিছতে মৃত্যু ‘চেমখৰ’ত অভিনেত্ৰী আইমী বৰুৱাই কোলাত লোৱা তিনিমহীয়া শিশুটিৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7