VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

থিয়েটাৰ হলত আক্ৰমণ ৰুছ সেনাৰ, নিহত ৩০০ লোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 25, 2022
in মুখ্য সংবাদ
থিয়েটাৰ হলত আক্ৰমণ ৰুছ সেনাৰ, নিহত ৩০০ লোক
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই অতিক্ৰম কৰিলে এমাহ ৷ইউক্ৰেইনৰ ভুমি দখল কৰিবলৈ এখনৰ পাছত আন এখন চহৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰুছ বাহিনীয়ে ৷  মাৰিঅ’প’লত যোৱা সপ্তাহত ৰাছিয়াই এটা থিয়েটাৰ হলৰ ওপৰত চলোৱা আক্ৰমণত প্ৰায় ৩০০ জন লোকৰ মৃত্যু হৈছে ৷ এই কথা সদৰী কৰিছে ইউক্ৰেইনৰ বিষয়াসকলে ৷যুদ্ধৰ সময়ছোৱাত থিয়েটাৰ হলটোত  শ শ লোকে আশ্ৰয় গ্ৰহণ কৰি আছিল ৷ ৷ খাৰকিভৰ প্ৰায় আধা লোকে চহৰখন এৰি  সুৰক্ষিত স্থানত আশ্ৰয় গ্ৰহণ কৰিছে ৷  চহৰখনত থকা লোকসকলৰ বাবে  খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী হ্ৰাস পাইছে ৷

ইফালে,ৰাছিয়াৰ সশস্ত্ৰ বাহিনীয়ে মিছাইলেৰে  আক্ৰমণ কৰি  কিয়েভৰ এটা মুখ্য ইন্ধন ভাণ্ডাৰ ধ্বংস কৰে।  ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইগৰ কোনাছেনকভে সংবাদ মাধ্যমৰ আগত কয়  যে বৃহস্পতিবাৰে সন্ধিয়া সাগৰৰ পৰা নিক্ষেপ কৰা কালিব্ৰ ক্ৰুজ মিছাইলৰে এই আক্ৰমণ সংঘটিত  কৰা হৈছিল। এই  ডিপোটো ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীক ইন্ধন যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চলিত বর্ষৰ শেষৰ ফালে ইউৰোপীয় দেশসমূহলৈ তৰলীকৃত প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে ৷ সমান্তৰালভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন দুদিনীয়া ইউৰোপ ভ্ৰমণৰ অন্তিম স্থান হিচাপে পোলেণ্ডত উপস্থিত হ’ব ৷

 

Previous Post

লাডাখৰ সংঘাতৰ দুবছৰ পিছত দিল্লীত চীন-ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক

Next Post

উত্তৰ লক্ষীমপুৰত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
উত্তৰ লক্ষীমপুৰত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ

উত্তৰ লক্ষীমপুৰত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7