VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম আৰক্ষীৰ বৃহৎ সাফল্য

বৰপেটাত গ্ৰেপ্তাৰ ‘আনচাৰুল বাংলা’ৰ ৬ জেহাদী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2022
in মুখ্য সংবাদ
অসম আৰক্ষীৰ বৃহৎ সাফল্য
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ এক বৃহৎ সাফল্য ৷ বৰপেটা আৰক্ষীৰ এটা দলে অভিযান চলাই বৰপেটাত  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৬টাকৈ দুৰ্ধৰ্ষ জেহাদীক ৷

সমগ্ৰ অসমজুৰি শিপাইছে জেহাদীৰ নেটৱৰ্ক ৷ মাদ্ৰাছাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে অসমত জেহাদীৰ ঘাটি ৷ এইবাৰ অলকাইদাৰ পৃষ্ঠ পোষকতাত যেন অসমতো শিপাবলৈ আৰম্ভ কৰিছে আন এক সন্ত্ৰাসবাদী সংগঠনে ৷ বৰপেটাৰ চৰ অঞ্চলত থাকি সন্ত্ৰাসবাদৰ নেতৃত্ব দিয়া সংগঠনটোৰ ৬জনকৈ দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়েও অসমৰ ৰাইজৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে ৷ আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছে সংগঠনটোৰ ৬জনকৈ সদস্যক ৷ বৰপেটা আৰক্ষীয়ে ৬দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমগ্ৰ অসমতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

অলকাইদাৰ পৃ্ষ্ঠপোষকতাত গঢ়ি উঠা সন্ত্ৰাসবাদী সংগঠন ‘আনচাৰুল বাংলা’ৰ সদস্য এই ৬দুৰ্ধৰ্ষ জেহাদীকেইটাক   ক্ৰমে আমিদুল ইছলাম,ৰফিকুল ইছলাম ,চাহজাহান আলী,কাজিবুৰ হুছেইন আৰু জুবেৰ খান  বুলি চিনাক্ত কৰা হৈছে ৷  অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত অব্যাহত ৰাখিছে আভিযান ৷ ৰাজ্যখনত সন্ত্ৰাসবাদ নিৰ্মূলৰ উদ্দেশ্যেৰে এই যথেষ্ট তৎপৰতাৰে আগবাঢ়িছে অসম আৰক্ষী ৷

 

Previous Post

গাড়ী অথবা বিমানেৰে নহয়, ৮৬৪০ কিল’মিটাৰ খোজ কাঢ়ি হজলৈ যাত্ৰা কেৰেলাৰ যুৱকৰ

Next Post

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ঘোষণা- যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ঘোষণা- যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ঘোষণা- যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7