VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৮ ফুট ডাঠ বৰফ জমা, মাইনাছ ৪৫ ডিগ্ৰীৰ তললৈ হ্ৰাস উষ্ণতা , আমেৰিকাত বৰফৰ ধুমূহাত বিপর্যস্ত জনজীৱন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 26, 2022
in মুখ্য সংবাদ
৮ ফুট ডাঠ বৰফ জমা, মাইনাছ  ৪৫ ডিগ্ৰীৰ তললৈ হ্ৰাস উষ্ণতা , আমেৰিকাত বৰফৰ ধুমূহাত বিপর্যস্ত জনজীৱন
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত প্ৰচণ্ড ঠাণ্ডাই বিপর্যস্ত কৰিছে সাধাৰণ জনজীৱন ৷ সমগ্ৰ দেশতে তুষাৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে ।দুৰ্যোগৰ সময়ত হাজাৰ হাজাৰ লোকৰ বাসগৃহত  বিদ্যুৎ কর্তন কৰিব লগীয়া হৈছে ৷ যাৰ ফলত তেওঁলোকে অন্ধকাৰত দিন কটাবলগীয়া হৈছে ৷ কেতিয়াবা ৮ ফুট, কেতিয়াবা ১০ ফুট ডাঠ বৰফৰ তৰপ ৰাস্তাত জমা হৈছে। ইয়াৰ ফলত আমেৰিকাত বৰদিনৰ আনন্দ ম্লান পৰে ৷

আমেৰিকাৰ এই ভয়ংকৰ বৰফৰ ধুমুহাক ‘চাইক্ল’ন বোমা’ বুলি কোৱা হয়। ধুমুহাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা ফ্ৰীজিঙৰ তলত ৪০ৰ পৰা ৪৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে। পথসমূহৰ অৱস্থা এনেকুৱা হৈছে  যে দুৰ্যোগ সঁহাৰি বাহিনীয়েও ভুক্তভোগীক উদ্ধাৰ কৰাত বাধাৰ সৃষ্টি কৰিছে।

বৰদিনৰ দিনা তুষাৰপাতৰ বাবে নাগৰিকক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। সকলোকে যিমান পাৰি ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে। একেবাৰে প্ৰয়োজনীয় নহ’লে কাকো ৰাজপথলৈ ওলাই নাহিবলৈ পৰামর্শ দিয়া হৈছে ৷

আমেৰিকাত একেৰাহে ৫ দিন ধৰি বৰফৰ ধুমুহা চলি আছে। তুষাৰপাতৰ উপৰি  ঠাণ্ডা বতাহে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে। এই দুৰ্যোগৰ বাবে আমেৰিকাত কমেও ২ লাখ লোকে বিদ্যুৎ বিহীনভাৱে বৰদিন কটাবলগীয়া হয় ৷ বিদ্যুৎ সেৱা কেতিয়া স্বাভাৱিক হ’ব সেয়া এতিয়াও  নিশ্চিত নহয় ৷কাৰণ বহু স্থানত বিজুলীৰ  খুঁটাবোৰ বৰফৰ স্তৰত ডুব গৈছে। দেশৰ যাতায়ত ব্যৱস্থাও ব্যাহত হৈছে ।

ঠাণ্ডাৰ বাবে কেৱল নিউয়ৰ্কতে ১২ জন লোকৰ মৃত্যু হৈছে ।  মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।আমেৰিকাত বৰফৰ ধুমুহাৰ ফলত সৃষ্টি হোৱা এই পৰিস্থিতি আগতে কেতিয়াও হোৱা নাছিল। বিভিন্ন ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে জৰুৰীকালীন অৱস্থা।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

চীনৰ সীমান্তত ভাৰতে নিয়োজিত কৰিব ৰকেট বাহিনী! কিমানটা মিছাইল থাকিব এই বাহিনীত ?

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
চীনৰ সীমান্তত ভাৰতে নিয়োজিত কৰিব  ৰকেট বাহিনী! কিমানটা মিছাইল থাকিব এই বাহিনীত ?

চীনৰ সীমান্তত ভাৰতে নিয়োজিত কৰিব ৰকেট বাহিনী! কিমানটা মিছাইল থাকিব এই বাহিনীত ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7