VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মালদ্বীপত ভয়াৱহ অগ্নিকাণ্ডঃ নিহত ৯ জন ভাৰতীয় শ্ৰমিক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 10, 2022
in মুখ্য সংবাদ
মালদ্বীপত ভয়াৱহ অগ্নিকাণ্ডঃ নিহত ৯ জন ভাৰতীয় শ্ৰমিক
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে মালদ্বীপৰ ৰাজধানী মালেত সংঘটিত হয় এক শোকাৱহ অগ্নিকাণ্ড ৷ বিদেশী শ্ৰমিকৰ  বাসগৃহত  অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। অৱসৰ বিনোদনৰ বাবে পর্যটকৰ অন্যতম আকর্ষণস্থলী  দ্বীপপুঞ্জটোৰ ৰাজধানীখন বিশ্বৰ অন্যতম ঘন জনবসতিপূৰ্ণ চহৰ।

বিষয়াসকলে জনোৱা মতে বাহন মেৰামতি কৰা গেৰেজৰ পৰা উৎপত্তি হোৱা অগ্নিকাণ্ডত ভস্মীভূত হোৱা এটা  অট্টালিকাৰ ওপৰৰ মহলাৰ পৰা ১০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।এই  জুই নিৰ্বাপন কৰিবলৈ প্ৰায় চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন হয় ৷  এজন নিৰাপত্তা বিষয়াই জনোৱা মতে, নিহতসকলৰ ভিতৰত ৯ জন ভাৰতীয় আৰু এজন বাংলাদেশৰ নাগৰিক আছে।

মালদ্বীপস্থিত ভাৰতীয় উচ্চায়ুক্তই এই কৰুণ অগ্নিকাণ্ডত নিহতসকলৰ  প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটত উচ্চায়ুক্তই কয় – “মালেত সংঘটিত হোৱা মৰ্মান্তিক অগ্নিকাণ্ডত ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱাত  আমি গভীৰভাৱে দুখী হৈছো ৷ আমি মালদ্বীপ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছো।”

বিদেশী শ্ৰমিকসকলৰ বাবে শোচনীয় ব্যৱস্থাপনাক লৈ চৰকাৰক সমালোচনা কৰিছে মালদ্বীপৰ ৰাজনৈতিক দলসমূহে। মালেৰ ২ লাখ ৫০ হাজাৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই বহিৰাগত ৷ বেছিভাগে লোকেই বাংলাদেশ, ভাৰত, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ।

ক’ভিড  মহামাৰীৰ সময়ত তেওঁলোকৰ দুর্বিষহ জীৱন-যাপনৰ অৱস্থা পোহৰলৈ আহিছিল যেতিয়া স্থানীয় লোকৰ তুলনাত বিদেশী শ্ৰমিকৰ মাজত সংক্ৰমণ তিনিগুণ বেছি দ্ৰুতগতিত বিয়পি পৰিছিল।

Previous Post

বিশ্বৰ আটাইতকৈ দামী চিপ্চৰ বিষয়ে আপুনি বাৰু জানেনে ?

Next Post

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন মোৰঃখেৰচন চহৰৰ পৰা ৰাছিয়ান সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন মোৰঃখেৰচন চহৰৰ পৰা ৰাছিয়ান সেনা  প্ৰত্যাহাৰৰ সিদ্ধান্ত

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন মোৰঃখেৰচন চহৰৰ পৰা ৰাছিয়ান সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7