VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্বিতীয় বিশ্বযুদ্ধৰ বোমা নিষ্ক্ৰিয় কৰাৰ সময়ত শক্তিশালী বিস্ফোৰণে কপাঁই তুলিলে ব্ৰিটিছ চহৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 11, 2023
in মুখ্য সংবাদ
দ্বিতীয় বিশ্বযুদ্ধৰ বোমা নিষ্ক্ৰিয় কৰাৰ সময়ত শক্তিশালী বিস্ফোৰণে কপাঁই তুলিলে ব্ৰিটিছ চহৰ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ নৰ্ফকৰ গ্ৰেট ইয়াৰমাউথত দ্বিতীয় বিশ্বযুদ্ধৰ এটা বোমা নিষ্ক্ৰিয় কৰাৰ সময়ত বিস্ফোৰণ ঘটে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মাজে মাজে দ্বিতীয় বিশ্বযুদ্ধৰ বিস্ফোৰণ নোহোৱা বোমা উদ্ধাৰ কৰা হয়। ব্ৰিটেইনতো এনে বহু বোমা পোৱা গৈছে। বিভিন্ন অঞ্চলৰ পৰা এই বোমাসমূহ উদ্ধাৰ কৰা হৈছে। এইবাৰো উদ্ধাৰ কৰা হৈছে অনুৰূপ বোমা।

 

নৰ্ফক আৰক্ষীৰ মতে, বোমাটো নিষ্ক্ৰিয় কৰাৰ পূৰ্বেই আশে-পাশে থকা অঞ্চলটো খালী কৰা হৈছিল। পথটোও বন্ধ কৰি দিয়া হৈছিল। মেট্ৰ’ নিউজৰ খবৰ অনুসৰি মঙলবাৰে পুৱাৰে পৰা চলি আছিল বোমা নিষ্কাশন অভিযান। ইয়াক নিষ্ক্ৰিয় কৰিবলৈ বিশেষ ৰবট অনা হৈছিল। কাম আৰম্ভ কৰাৰ লগে লগে সেই বোমাটোত হঠাৎ প্ৰচণ্ড বিস্ফোৰণ ঘটিল। অৱশ্যে নৰ্ফক আৰক্ষীয়ে দাবী কৰিছে যে এই ঘটনাত কোনো লোক আহত হোৱা নাই।

 

আৰক্ষীৰ সূত্ৰৰ মতে, ইয়াৰ পূৰ্বেও আৱাসিক এলেকাত এনে বোমা পোৱা গৈছে। তেনে বোমা নিস্ক্ৰিয় কৰাত কোনো সমস্যা হোৱা নাছিল। তৎসত্বেও আগতীয়াকৈ অঞ্চলটো খালী কৰা হয়। ইয়াৰমাউথত পোৱা বোমাটো নিষ্ক্ৰিয় কৰাৰ আগতেও একেই কাম কৰা হৈছিল। ফলত বৃহৎ বিপদৰ পৰা হাত সাৰিছিল অঞ্চলটোৰ লোকসকলে ৷ বোমা স্কোয়াডৰ এজন বিষয়াই কয় যে সকলো পৰিকল্পনা অনুসৰি কৰা হৈছে। কিন্তু শেষ মুহূৰ্তত ৰবটটোৰ কোনো কাৰিকৰী দোষ আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে।

 

Previous Post

তুৰস্ক-চিৰিয়া ভূমিকম্পপীড়িতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিবলৈ ইস্তাম্বুল বিমানবন্দৰত ব্লেক ৰিবন প্ৰদৰ্শন কৰা হৈছে

Next Post

ফেন উঠিলেই ভালনে !! চুলিৰ যত্নৰ বাবে কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব?

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
ফেন উঠিলেই ভালনে !! চুলিৰ যত্নৰ বাবে  কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব?

ফেন উঠিলেই ভালনে !! চুলিৰ যত্নৰ বাবে কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7