VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এখন গাঁও, য’ত নিৰ্দিষ্ট বয়সৰ পিছত ল’ৰা হৈ পৰে ইয়াৰ ছোৱালীবোৰ

এক আচৰিত ৰোগত আক্ৰান্ত লা চেলিনাছ গাঁৱৰ শিশুসকল,স্বয়ংক্ৰিয়ভাৱে সলনি হয় লিংগ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2023
in মুখ্য সংবাদ
বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?
0
SHARES
41
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীত ল’ৰা বা ছোৱালী হৈ জন্ম হোৱাটো এক প্ৰাকৃতিক নিয়ম কাৰণ আমাৰ জন্মৰ আগতেই এটি শিশুৰ লিংগ নিৰ্ধাৰণ কৰিব নোৱাৰি ৷ কিন্তু বৰ্তমান সময়ত মানুহে ইমানেই অগ্ৰগতি লাভ কৰিছে যে অস্ত্ৰোপচাৰৰ জৰিয়তে এতিয়া লিংগ সলনি কৰা এক সহজ উপায় । তেনে অস্ত্ৰোপচাৰৰ জৰিয়তে বহু লোকেই ইতিমধ্যে লিংগ সলনি কৰা দেখা গৈছে।
কিন্তু আপুনি জানেনে যে পৃথিৱীত এনেকুৱা এখন গাঁও আছে য’ত ছোৱালীবোৰ এক নিৰ্দিষ্ট বয়সৰ পিছত ল’ৰা হৈ পৰে কিন্তু কোনো অস্ত্ৰোপচাৰ নকৰাকৈ?
অবিশ্বাস্য যেন লাগিলেই সঁচা যে ডাঙৰ হোৱাৰ পিছত এইখন গাঁৱৰ ছোৱালীসকলৰ লিংগ স্বয়ংক্ৰিয়ভাৱে সলনি হয় আৰু ইয়াত বসবাস কৰা সকলো ছোৱালীয়েই ল’ৰা হৈ পৰে।
ডমিনিকান ৰিপাব্লিকৰ ‘লা চেলিনাছ’ নামৰ এইখন গাঁৱৰ ছোৱালীবোৰৰ লিংগ এটা নিৰ্দিষ্ট বয়সৰ পিছত সলনি হোৱাৰ ফলত তেওঁলোক ল’ৰা হৈ পৰে।
সাগৰৰ পাৰত অৱস্থিত এই গাঁওখনৰ জনসংখ্যা প্ৰায় ৬,০০০। নিজৰ অনন্য কৰ্মৰাজিৰ বাবে এই গাঁওখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আনহাতে চিকিৎসকে কয় যে গাওঁখনৰ এই লিংগ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া এক ৰোগ এক জিনীয় বিকাৰ।
স্থানীয় ভাষাত এই ৰোগত আক্ৰান্ত শিশুক ছ্যুড’হাৰ্মাফ্ৰ’ডাইট বুলি কোৱা হয়। যি ছোৱালীৰ এই ধৰণৰ ৰোগ হয়, সকলো ছোৱালী নিজেই ল’ৰা হৈ পৰে।
এইক্ষেত্ৰত লা চেলিনাছ গাঁৱত ছোৱালীৰ বয়স ১২ বছৰ নিৰ্ধাৰণ কৰা হৈছে, তাৰ পিছত ছোৱালীবোৰ ল’ৰাৰ দৰে হ’বলৈ আৰম্ভ কৰে।
বহু বিজ্ঞানীয়ে কয় যে এই গাঁৱত এই ৰোগৰ বাবেই ছোৱালী ল’ৰা হৈ পৰে। কেৱল এয়াই নহয়, পৃথিৱীৰ এখন অভিশপ্ত গাঁও বুলি গণ্য কৰা হয় এই গাঁওখনক। যাৰ ৰহস্য আজিলৈকে উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই বিজ্ঞানীসকল ।

Previous Post

সামাজিক মাধ্যমত ভাইৰেল স্কাৰ্ট পিন্ধা এক বিশেষ আইচক্ৰীম

Next Post

নগাঁৱৰ সুতাৰ বকুলতলৰ অসম আন্দোলনৰ সক্ৰিয় সদস্যা-সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ পৰলোক

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
নগাঁৱৰ সুতাৰ বকুলতলৰ অসম আন্দোলনৰ সক্ৰিয় সদস্যা-সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ পৰলোক

নগাঁৱৰ সুতাৰ বকুলতলৰ অসম আন্দোলনৰ সক্ৰিয় সদস্যা-সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ পৰলোক

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7