VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰস্ৰাৱ কৰিবলৈ বন্দে ভাৰতত উঠি ভুপালৰ পৰা উজ্জয়িনত উপস্থিত হ’ল যুৱক, ভৰিলে জৰিমনাও

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 20, 2023
in মুখ্য সংবাদ
প্ৰস্ৰাৱ কৰিবলৈ বন্দে ভাৰতত উঠি ভুপালৰ পৰা  উজ্জয়িনত উপস্থিত হ’ল যুৱক, ভৰিলে জৰিমনাও
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

ভাৰতত শিলগুটি নিক্ষেপ কৰাৰ ঘটনাৰ বাবে সততে চর্চালৈ আহে বন্দে ভাৰত ৰে’ল ৷ কিন্তু এইবাৰ এই ৰে’লখন সম্পূৰ্ণ বেলেগ কাৰণত শিৰোনাম দখল কৰিছে ।  এজন যুৱকে ষ্টেচনত ৰখাই থোৱা অৱস্থাত প্ৰস্ৰাৱ কৰিবলৈ উঠিছিল বন্দে ভাৰতত। প্ৰস্ৰাৱ কৰি ওলাই আহি দেখে যে ৰেলখন ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। দুৱাৰখনো বন্ধ হৈ আছে। দিশহাৰা হৈ পৰিল লোকজন । শেষত টিকট অবিহনে ৰে’লত উঠাৰ অভিযোগত তেওঁ যথেষ্ট জৰিমনা ভৰিবলগীয়া হ’ল। কেৱল সেয়াই নহয়, ভূপালৰ পৰা গৈ তেওঁ উজ্জয়িন পালেগৈ।

 

যোৱা ১৫ জুলাইত মধ্যপ্ৰদেশৰ ভূপাল ষ্টেচনত সংঘটিত হৈছিল এই ঘটনা। আব্দুল কাদিৰৰ ঘৰ চিঙৰৌলিৰ। হায়দৰাবাদৰ বেগম বজাৰত তেওঁৰ এখন ফলৰ দোকান আছে। চিংৰৌলিতো দোকান আছে। ১৪ জুলাইত পত্নী আৰু আঠ বছৰীয়া পুত্ৰক লৈ তেওঁ হায়দৰাবাদৰ পৰা চাউথ এক্সপ্ৰেছেৰে চিঙৰৌলিলৈ ৰাওনা হয়। ১৫ জুলাইত আব্দুলা সন্ধিয়া ৫:২০ বজাত ভুপাল ষ্টেচনত নামিছিল।

 

ৰে’ল আৰক্ষীৰ সূত্ৰ অনুসৰি ভুপালৰ পৰা চিঙৰৌলীলৈ ৰে’ল সংযোগৰ সময় আছিল নিশা ৮:৫৫ বজাত। হাতত বহুত সময় থকাৰ বাবে আব্দুলে ষ্টেচনত কিবা এটা খাবলৈ সিদ্ধান্ত ল’লে। সেই সময়তে আব্দুলৰ প্ৰস্ৰাৱ কৰা লাগে ৷  আব্দুলে উজ্জয়িন অভিমুখী বন্দে ভাৰতে কাষৰ প্লেটফৰ্মত থিয় হৈ আছিল। গতিকে তেওঁ  ভাবিলে, ট্ৰেইনৰ টয়লেটত প্ৰস্ৰাৱ কৰি সোনকালে নামি আহিব। কিন্তু প্ৰস্ৰাৱ কৰি থাকোঁতে ৰেলত আবদ্ধ হৈ পৰাৰ কথা ভাবিব পৰা নাছিল। ৰেলৰ স্বয়ংক্ৰিয় দুৱাৰ বন্ধ হৈ যায়। আব্দুলে টয়লেটৰ পৰা ওলাই আহি দেখিলে যে ৰেলখন চলিবলৈ আৰম্ভ কৰিছে।

 

তেওঁ অভিযোগ কৰে যে কোঠাটোত থকা টিকট পৰীক্ষকে আৰক্ষীক ৰেলখন ৰখাবলৈ অনুৰোধ জনাইছিল, কেৱল চালকজনকহে দুৱাৰ খুলিবলৈ দিয়া হৈছে। ইয়াৰ পিছত আব্দুলে দিশহাৰা হৈ ড্ৰাইভাৰৰ কেবিনৰ ফালে দৌৰি গ’ল। কিন্তু তাৰ আগতেও তেওঁক আটক কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। উজ্জয়িন পোৱাৰ পাছত আব্দুলক টিকট অবিহনে ৰে’লত উঠাৰ বাবেও ১০০০ টকা জৰিমনা বিহা হয়। শেষত আৰু ৮০০ টকা খৰচ কৰি পুনৰ ভুপাললৈ আহিল। ইয়াৰ পিছতে পত্নী আৰু পুত্ৰৰ সৈতে সিঙৰৌলিলৈ ৰাওনা হয়।

 

Previous Post

ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন, কমেও ১০ জন লোকৰ মৃত্যু, মহাৰাষ্ট্ৰত প্ৰকৃতিৰ সংহাৰী ৰূপ

Next Post

পদত্যাগৰ দাবী উঠিলেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অপসাৰণ নকৰে বিজেপিয়ে

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
পদত্যাগৰ দাবী উঠিলেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অপসাৰণ নকৰে বিজেপিয়ে

পদত্যাগৰ দাবী উঠিলেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অপসাৰণ নকৰে বিজেপিয়ে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7