VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টী, মহিলা, যুৱ শক্তি আৰু চি ৱাই এছ এছৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 19, 2023
in মুখ্য সংবাদ
সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টী, মহিলা, যুৱ শক্তি আৰু চি ৱাই এছ এছৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১৯ জুলাই: নিত্য প্ৰয়োজনীয় আৰু ব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ ৰাইজক। এই সন্দৰ্ভত আপ মহিলা শক্তি, যুৱ শক্তি, ছাত্ৰ-যুৱ শাখা আৰু জিলা সমিতিসমূহে সমগ্ৰ অসমতে কালি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে একোখনকৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

 

গুৱাহাটীৰ গণেশগুৰিস্থিত হনুমান মন্দিৰৰ ওচৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত মহিলা শক্তিৰ মুখপাত্ৰ ৰেজীয়া চুলতানা ডাঙৰীয়ানিয়ে কয় যে চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাত অকণো গুৰুত্ব দিয়া নাই। ওলোটাই তেওঁলোকে এই বৰ্ধিত দামৰ বাবে এটা বিশেষ সম্প্ৰদায়ক জগৰীয়া কৰি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিছে।চৰকাৰে এনে নীচ কাৰ্য বন্ধ কৰি মূল্য বৃদ্ধি ৰোধ কৰি চৰকাৰ চলি থকাৰ অস্তিত্বৰ প্ৰমাণ দিবলৈ প্ৰতিবাদীসকলে আহ্বান জনায়। তেওঁলোকে দুখীয়া ৰাইজক নামমাত্ৰ ৫ কেজি বিনামূলীয়া চাউল দি প্ৰতাৰণা কৰি আছে। এজন মানুহক মাহেকত ১৫ কেজি চাউলৰ প্ৰয়োজন, চৰকাৰে দিয়া বিনামূলীয়া চাউলেৰে জনতাৰ ভোক নিৰাময় হোৱা নাই। আনহাতে বজাৰত চাউলৰ লগতে আন আন বস্তুৰ দাম হোৰাহোৰে বাঢ়ি গৈ আছে। ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়ো ডাঙৰীয়ানিয়ে কয় যে চৰকাৰে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি বল্লভ পাত্ৰ ডাঙৰীয়াই কয় যে ছিণ্ডিকেটৰাজ বন্ধ কৰক, ৰাস্তাত লোৱা গুণ্ডাকৰসমূহ বন্ধ কৰক, তেতিয়াহে বস্তুৰ দাম কমিব।
চৰকাৰে অনতিপলমে এই ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি তেওঁ চৰকাৰক সকিয়াই দিয়ে।

গুৱাহাটীৰ লগতে অসমৰ আন আন ঠাইতো মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

Previous Post

বেংগালুৰুত বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত ৫ উগ্ৰপন্থীক,লস্কৰ ই তৈবাৰ সৈতে জড়িত থকাৰ অভিযোগ

Next Post

ছয় নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলা কাৰ্যই উদঙাইছে অসমৰ প্ৰতি থকা বিজেপিৰ নেতিবাচক স্বৰূপ

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
ছয় নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলা কাৰ্যই উদঙাইছে অসমৰ প্ৰতি থকা বিজেপিৰ নেতিবাচক স্বৰূপ

ছয় নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলা কাৰ্যই উদঙাইছে অসমৰ প্ৰতি থকা বিজেপিৰ নেতিবাচক স্বৰূপ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7