VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আদানীৰ লুণ্ঠনঃ কাইলৈ গুৱাহাটীতো কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 5, 2023
in মুখ্য সংবাদ
আদানীৰ লুণ্ঠনঃ কাইলৈ গুৱাহাটীতো কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৱসায়ী বন্ধু আদানীক ধনী কৰাৰ লক্ষ্যেৰে বি জে পি চৰকাৰে কৰা চৰম বিত্তীয় বিশৃংখলা আৰু দেশবাসীক কৰা বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতিবাদত কাইলৈ, ৬ ফেব্ৰুৱাৰী তাৰিখে কংগ্ৰেছে দেশজুৰি আহ্বান দিয়া প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটী আৰু কামৰূপ (গ্ৰাম্য) জিলা কংগ্ৰেছ কমিটীৰ যুটীয়া উদ্যোগত গুৱাহাটী মহানগৰতো ৰূপায়ণ কৰা হ’ব।

দিনৰ ১১ বজাৰ পৰা ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ ফাচিবজাৰস্থ মাণ্ডলিক কাৰ্যাল‌য়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত নেতা-কৰ্মীসকলে এই কাৰ্যসূচী ৰূপায়ন কৰিব।
এই কাৰ্যসূচীত সমূহ সাংবাদিক বন্ধুৰ সহযোগিতা কামনা কৰা হ’ল।

 

Previous Post

কলংপাৰ বিদ্যাপীঠত ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ মাহেকীয়া অনুষ্ঠান “কাব্য চৰ্চা” সম্পন্ন

Next Post

বৰঠাকুৰ আই এ এছ একাডেমীৰ উপহাৰ আই আই টি গুৱাহাটীৰ আলচেৰিংগা ২০২৩ Pledge to Persist

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
বৰঠাকুৰ আই এ এছ একাডেমীৰ উপহাৰ আই আই টি গুৱাহাটীৰ আলচেৰিংগা ২০২৩ Pledge to Persist

বৰঠাকুৰ আই এ এছ একাডেমীৰ উপহাৰ আই আই টি গুৱাহাটীৰ আলচেৰিংগা ২০২৩ Pledge to Persist

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7