VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমেৰিকাৰ চোৰাংচোৱাগিৰি! ৰাছিয়াৰ মন্ত্ৰালয়ৰ কৰ্মচাৰীক আইফোন আৰু আইপেড ব্যৱহাৰত নিষেধাজ্ঞা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 14, 2023
in মুখ্য সংবাদ
আমেৰিকাৰ চোৰাংচোৱাগিৰি! ৰাছিয়াৰ মন্ত্ৰালয়ৰ কৰ্মচাৰীক আইফোন আৰু আইপেড ব্যৱহাৰত নিষেধাজ্ঞা
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

এপলৰ মোবাইল ফোন আৰু টেবলেটৰ জৰিয়তে আমেৰিকাই ৰাছিয়াৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছে। ৰাছিয়াৰ চোৰাংচোৱাৰ এই দাবীৰ পিছতে ৰাছিয়াই ডিজিটেল ডেভেলপমেণ্ট মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলে দৈনন্দিন কাম-কাজত এপল আইফোন আৰু আইপেড ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু ব্যক্তিগত কামৰ বাবে এপলৰ মোবাইল বা টেবলেট ব্যৱহাৰ কৰাত বাধা দিয়া হোৱা নাই। ডিজিটেল ডেভেলপমেন্ট মন্ত্ৰী মাকছুট ছাদায়েভৰ উদ্ধৃতি দি  ৰাছিয়াৰ সংবাদ সংস্থা ইন্টাৰফেক্সে এই কথা প্ৰকাশ কৰিছে।

 

সংবাদ মাধ্যমৰ আগত ছাদায়েভে কয় –“ আমাৰ মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলক ইমেইল কৰাৰ বাবে আৰু কৰ্মক্ষেত্ৰত বিভিন্ন এপ্লিকেচন ব্যৱহাৰ কৰাৰ বাবে এপল মোবাইল, স্মাৰ্টফোন আৰু টেবলেট ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু তেওঁলোকে ব্যক্তিগত প্ৰয়োজনৰ বাবে আইফোন ব্যৱহাৰ কৰিব পাৰে।“

 

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি দুমাহ পূৰ্বে ৰাছিয়াৰ চোৰাংচোৱা সংস্থা ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে আমেৰিকাক চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছিল। আমেৰিকাৰ বহুজাতিক কোম্পানীটোৰ বিৰুদ্ধে তেওঁলোকৰ দাবী যে হাজাৰ হাজাৰ এপলৰ ডিভাইচৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা হৈছে। সেই সুৰুঙাৰ বাবেই আমেৰিকাই ৰাছিয়াক নিৰীক্ষণ কৰি আছে। ৰাছিয়াৰ এই অভিযোগ অস্বীকাৰ কৰাৰ পিছতো এপলে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

 

যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ বিৰুদ্ধে “সামৰিক অভিযান” আৰম্ভ হোৱাৰ পিছৰে পৰা এপলে ৰাছিয়াত নিজৰ সকলো সামগ্ৰী বিক্ৰী বন্ধ কৰি দিছে। আনকি, তেওঁলোকে ‘এপল পে’ৰ দৰে সেৱা কৰ্তন কৰিছে। শেহতীয়াকৈ ৰাছিয়া প্ৰশাসনে এপলে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে ‘ভুল তথ্য’ৰ বিষয়বস্তু প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগৰ বাবে ৰাছিয়াৰ এখন আদালতেও এপলক জৰিমনা বিহিছিল।

Previous Post

ছৌদি আৰৱৰ ক্লাৱ আল হিলালত যোগদান কৰিব নেইমাৰে!! ১৪৫৩ কোটি টকা মাননিৰ প্ৰস্তাৱ

Next Post

উত্তৰাখণ্ডত স্থগিত চাৰি ধাম যাত্ৰা, প্ৰচণ্ড বৰষুণৰ মাজত ৰেড এলাৰ্ট জাৰি

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
উত্তৰাখণ্ডত স্থগিত চাৰি ধাম যাত্ৰা, প্ৰচণ্ড বৰষুণৰ মাজত ৰেড এলাৰ্ট জাৰি

উত্তৰাখণ্ডত স্থগিত চাৰি ধাম যাত্ৰা, প্ৰচণ্ড বৰষুণৰ মাজত ৰেড এলাৰ্ট জাৰি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7