VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

শৰণার্থীক সহায় কৰিবলৈ ইউক্ৰেইনৰ যুদ্ধভূমিত এঞ্জেলিনা জলী, এয়াৰ ষ্ট্ৰাইকৰ চাইৰেন শুনি আশ্ৰয় ল’বলগীয়া হ’ল সুৰক্ষিত স্থানত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 3, 2022
in মুখ্য সংবাদ
শৰণার্থীক সহায় কৰিবলৈ ইউক্ৰেইনৰ যুদ্ধভূমিত এঞ্জেলিনা জলী, এয়াৰ ষ্ট্ৰাইকৰ চাইৰেন শুনি আশ্ৰয় ল’বলগীয়া হ’ল সুৰক্ষিত স্থানত
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ  বিশ্বাবাসীকে আতংকিত কৰি তুলিছে ৷ ৰাছিয়াৰ সেনাবাহিনীৰ ধাৰাবাহিক আক্ৰমণৰ পৰা বাচিবলৈ  ইউক্ৰেইনৰ নাগৰিক সকলে আশ্ৰয় লৈছে সুৰক্ষিত স্থানত ৷ প্ৰাণৰ মমতাত ইউক্ৰেইন এৰি পলাইছে  বিদেশৰ নাগৰিক সকলে ৷ কিন্তু ইয়াৰ মাজতে যুদ্ধ বিধ্বস্ত দেশখনত উপস্থিত হৈ সাহসিকতাৰ পৰিচয় দিলে হলিউডৰ এগৰাকী ছুপাৰষ্টাৰে ৷ ৰাছিয়াৰ  প্ৰচণ্ড আক্ৰমণৰ মাজতে শৰণার্থীসকলক সহায় কৰিবলৈ ইউক্ৰেইনত উপস্থিত হৈছে হলিউডৰ ছুপাৰষ্টাৰ এঞ্জেলিনা জলী ৷ ৰুছ সেনাৰ ধাৰাবাহিক বোমাবর্ষণে মাতিব পৰা ভাবুকিক আওকান কৰি অভিনেত্ৰী গৰাকী  সোমবাৰে উপস্থিত হয়  ইউক্ৰেইনৰ লাভিভত ৷ ৰাষ্ট্ৰসংঘৰ শৰণার্থী সংস্থাৰ বিশেষ দূত  এঞ্জেলিনাই হাস্পতাল পৰিদর্শন কৰাৰ লগতে ভুক্তভোগী শিশুসকলক সাক্ষাৎ কৰিব ৷

Angelina Jolie in Lviv forced to run for cover due to missile threat. #Russia #Kyiv #Kharkiv #Ukraine #UkraineWar #UkraineRussianWar #Donetsk #Kiev #Zelenskyi #KievUkraine #Lviv #AngelinaJolie pic.twitter.com/4JdwHWKoC6

— Sujit Gupta (@sujitnewslive) May 1, 2022

 

শৰণাৰ্থী সকলক সহায় কৰিবলৈ  লাভিভত অৱতৰণ কৰা অভিনেত্ৰী গৰাকী নিজেও যুদ্ধভূমিত কেনেদৰে বিপদৰ সন্মুখীন হৈছে তাৰ এক ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত ৷ শৰণার্থীক সহায় কৰিবলৈ  তেওঁ ওলাই অহাৰ সময়তে বাজি উঠিছিল এয়াৰ ষ্ট্ৰাইকৰ চাইৰেন ৷ যাৰ বাবে ‘আন নাগৰিকৰ দৰেই সুৰক্ষিত স্থানলৈ দৌৰি যাব লগীয়া হৈছিল অভিনেত্ৰী গৰাকী ৷ অৱশ্যে তাৎক্ষণিকভাৱে তেওঁ সহযোগীসকলৰ সৈতে এটুকুৰা সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ সক্ষম হয় ৷ য’ৰ পৰা তেওঁ কেমেৰাৰ সন্মুখত কয় যে তেওঁ  সুৰক্ষিত ৷ এঞ্জেলিনা জলীয়ে  প্ৰথম দিনাৰ পৰাই ইউক্ৰেইনক সমৰ্থন কৰি আহিছে । ইনষ্টাগ্ৰামত তেওঁ ইউক্ৰেইনক সহায় কৰিবলৈ  কেইবাটাও পোষ্ট কৰিছিল ৷  চিৰসেউজ তাৰকা এঞ্জেলিনা জলীক চহৰৰ এখন কফি শ্বপতো দেখা গৈছিল।

 

Previous Post

প্ৰচণ্ড গৰমঃ বিদ্যালয়ৰ সময় ৭ বজাৰ ১২ বজালৈ আগুৱাই দিয়া হ’ল এইখন ৰাজ্যত

Next Post

ছামীতকৈ ভাল বলাৰ কোন ! ক’লে প্ৰশিক্ষকে

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
ছামীতকৈ  ভাল বলাৰ কোন ! ক’লে প্ৰশিক্ষকে

ছামীতকৈ ভাল বলাৰ কোন ! ক’লে প্ৰশিক্ষকে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7