VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জলবন্দী মহানগৰবাসীঃ জৰুৰী অৱস্থাত কি নম্বৰত ফোন কৰিব !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 14, 2022
in মুখ্য সংবাদ
জলবন্দী মহানগৰবাসীঃ জৰুৰী অৱস্থাত কি নম্বৰত ফোন কৰিব !!
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ  নিশাৰ পৰা হোৱা নেৰেনেপেৰা বৰষুণত জলবন্দী হৈ পৰিল মহানগৰবাসী ৷ ধাৰাষাৰ বৰষুণৰ ফলত জমা হোৱা বৰষুণৰ পানীত জলমগ্ন হৈ পৰিল মহানগৰীৰ  বিস্তীর্ণ অঞ্চল ৷ মূল পথসমূহৰ লগতে মহানগৰীখনৰ অধিকাংশ  উপপথেই বুৰ গ’ল পানীত ৷ অনিল নগৰ , নবীন নগৰ , আৰ জি বৰুৱা ৰড,   হাতীগাৱ, বেলতলা সকলোতে যেনিয়ে চায় তেনিয়ে মাথো পানী ৷ কৃত্ৰিম বানৰ বাবে সৃষ্টি হোৱা বানপানীৰ ফলত  কেবল মহানগৰবাসী ঘৰতে বন্দী হৈ থাকিবলগীয়া হ’ল এনে নহয়, বৰঞ্চ বিভিন্ন কামলৈ ওলাই অহা লোকসকল আধা ৰাস্তাৰ পৰাই ওভতি যাবলগীয়া হ’ল ৷ আন বহুজনৰ অকৌ কৃত্ৰিম বানৰ মাজতে বাহন বেয়া হোৱাত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷ চৰকাৰী বেচৰকাৰী কার্যালয়, স্কুল- কলেজ আদিত দেখা গ’ল সেৰেঙা উপস্থিতি ৷

কেবল কৃত্ৰিম বানেই নহয়, নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰীয়া এলেকাসমূহত ব্যাপক ভূমিস্খলন সংঘটিত হয় ৷ কামাখ্যাত পাহাৰ খহি অহা মাটি আৰু শিলে পথত যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি কৰে ৷ সেইদৰে কাঞ্চন নগৰত গার্ডৱাল খহি পৰাত কথমপি প্ৰাণৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ ৷ ইপিনে বৰাগাৱত হোৱা ভূমিস্খলনৰ ফলত নিহত হৈছে চাৰিজনকৈ  লোক ৷ নিশা শুই থকা অৱস্থাতে পাহাৰৰ পৰা খহি অহা মাটি  আৰু শিলে পুতি পেলোৱাৰ ফলত লোক কেইজনৰ মৃত্যু ঘটে ৷ নিহত লোক কেইজনে  এটা বিল্ডিঙৰ নির্মাণ কার্যত জঢ়িত আচিল বুলি জানিব পৰা গৈছে ৷ নিহত চাৰিজন লোকৰ ঘৰ কোকৰঝাৰ আৰু ধুবুৰীৰ বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷

মহানগৰীখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তই জৰুৰী নির্দেশনা প্ৰদান কৰিছে ৷ অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ  মহানগৰবাসীক আহ্বান জনাইছে  জিলা প্ৰশাসনে ৷ তদুপৰি ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবলৈ  আহ্বান  জনোৱা হৈছে ৷ একেদৰে মুকলি কৰা হৈছে হেল্প লাইন নম্বৰ  ৷ যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক 95082-09686, দিছপুৰ ৰাজহ চক্ৰ বিষয়াক 83760-29984 নম্বৰৰ লগতে প্ৰশাসনৰ টল ফ্ৰী নং 1077/93654-29314 নম্বৰত যোগাযোগ কৰিব পাৰে ৷ ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ আৰু ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে ৷

Previous Post

এই বছৰ এছিয়াত ‘ভাৰতীয় জীৱন বীমা নিগম’ দ্বিতীয় শীৰ্ষ সম্পদ ধ্বংসকাৰী

Next Post

চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত চাকৰি কৰিব বিচাৰিছে নেকি !! তেনেহ’লে কেন্দ্ৰই আনিছে এই সুবিধা, মুকলি নতুন আঁচনি

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত চাকৰি কৰিব বিচাৰিছে নেকি !! তেনেহ’লে কেন্দ্ৰই আনিছে এই সুবিধা, মুকলি নতুন আঁচনি

চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত চাকৰি কৰিব বিচাৰিছে নেকি !! তেনেহ’লে কেন্দ্ৰই আনিছে এই সুবিধা, মুকলি নতুন আঁচনি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7